বাৰ্তা:বিবাহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজীৰ বাদে অন্য ভাষাত বিবাহক কি বুলি কয় সেয়া দিয়াৰ প্ৰয়োজন নাই মোৰ বোধেৰে। আঞ্চলিক ভাষাৰ হিচাপেৰে চাবলৈ গ'লে প্ৰতিটো ভাষাৰ কথা দিব লাগিব, যিটো গ্ৰহণযোগ্য বুলি নাভাবো। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 08:14, 19 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয়, কোনো প্ৰয়োজন নাই। আহোম ভাষাৰ শব্দবোৰ ইচ্ছা কৰিলে ৱিক্সনেৰীত যোগ কৰিব পাৰে। দিব্য দত্ত (বাৰ্তা) 11:03, 19 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]