বাৰ্তা:বিশ্বনাথ চাৰিআলি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনা[সম্পাদনা কৰক]

কলা, সংস্কৃতি, সাহিত্য অনুচ্ছেদটো "মূৰ্চ্ছনা"ৰ প্ৰচাৰ পত্ৰিকা যেনহে হৈছে। অনুগ্ৰহ কৰি এই অংশ সম্পাদনা কৰক। Gitartha.bordoloi 08:15, 27 নভেম্বৰ 2011 (UTC)

গীতাৰ্থ, পাৰিলে অলপ তুমি সম্পাদনা কৰি দিবা| দ্বীজেন দাৰ তথ্যৰ আলম লৈয়ে ম‍ই এইখন লিখিছিলো| বিষ্ণু শইকীয়া 10:45, 27 নভেম্বৰ 2011 (UTC)

শোনিতপুৰ জিলাৰ মহকুমাটোৰ নাম 'বিশ্বনাথ চাৰিআলি' নহয়, 'বিশ্বনাথ' হে হব লাগে। বিশ্বনাথ চাৰিআলি' বিশ্বনাথ মহকুমাৰ সদৰৰ নামহে।শুদ্ধ কৰি দিলে ভাল হয়।মই নতুন কাৰণে হাত লগাবলৈ ভয় লাগে।--Dwijenmahanta 12:28, 28 নভেম্বৰ 2011 (UTC)

বিশ্বনাথ চাৰিআলিৰ পৰা "বিশ্বনাথ" মহকুমা পৃষ্ঠাখন সৃষ্টি কৰা হ’ল| এই পৃষ্ঠাখন অলপ সম্পাদন কৰি দিওঁ| ভূল হ’লে দেখাই দিব|

বিষ্ণু শইকীয়া 08:56, 30 নভেম্বৰ 2011 (UTC)

"নগৰ" শব্দটো খাপ খোৱা নাই যেন লাগিছে| Centre বা কেন্দ্ৰহে হ’ব লাগে নেকি Dwijenmahanta ডাঙৰীয়া?
বিশ্বনাথ চাৰিআলি শোণিতপুৰ জিলাৰ এখন নগৰ। (Names of Town : Tezpur, Dhekiajuli, Rangapara, Biswanath Chariali, Gohpur. Ref: http://sonitpur.gov.in/at_a_glance.htm)

Gitartha.bordoloi 11:38, 30 নভেম্বৰ 2011 (UTC)

বিশ্বনাথ চাৰিআলিখন প্ৰকৃতাৰ্থত শোণিতপুৰ জিলাৰ এখন Sub Divisional Head Quarter অৰ্থাত্‍ মহকুমাৰ সদৰ| ঠিক সেইদৰে গহপুৰখনো শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ সদৰ ঠাই, ম‍ই জনাত বৰ্তমানলৈকে বিশ্বনাথ চাৰিআলি আৰু গহপুৰক প্ৰশাসনিক ভাৱে Town বা নগৰ আখ্যা দিয়া নাই| গীতাৰ্থৰ লিংকটো চালো, কিন্তু বৰ এটা ঠিক নালাগিল| অধিক তথ্যৰ প্ৰয়োজন আছে|

Bishnu Saikia বিষ্ণু শইকীয়া 14:37, 30 নভেম্বৰ 2011 (UTC)


ভুলে শুদ্ধই প্রথমতে লিখি ল'ব লাগে। ওপৰত {{cleanup}} লগাই দিলেই হ'ল, পঢ়োতাবোৰে পঢ়িবৰ সময়ত শুধৰৰাই লওক!!

প্রভাকৰ শৰ্মা নেওগ 15:35, 30 নভেম্বৰ 2011 (UTC)

বিষ্ণু দা, আনৰ কথা নাজানো। মই দিয়াটো চৰকাৰী ৱেবচাইট। Gitartha.bordoloi 15:47, 30 নভেম্বৰ 2011 (UTC)
গীতাৰ্থ, ম‍ই কবলৈ অলপ সংকোচ বোধেই কৰিছো যে তুমি যি চৰকাৰী ৱেবচাইটৰ লিংক দিছা সেই কাৰ্যালয়ত ময়ো অলপ দিন কাম কৰিছিলো| দুজন্মানক ম‍ই কৈছিলো, ঠিক কৰিবৰ বাবে, মনকান নকৰিলে| পৰা হ’লে ম‍ই তেতিয়াই কৰিলোহেঁতেন, সেইকেইজনৰ কামৰ নমুনা তুমি চাইটতো চায়েই গম পাইছা চাগে| আৰুনো কি ক’ম?

Bishnu Saikia বিষ্ণু শইকীয়া 17:13, 30 নভেম্বৰ 2011 (UTC)

চাৰিআলিত পূর্বতে নগৰ সমিতি আছিল।বর্তমান পৌৰসভা হ'ল।Townৰ অসমীয়া প্রতিশব্দ নগৰ নে চহৰ ময়ো ভালকৈ নাজানো।--দ্বিজেন মহন্ত 19:40, 30 নভেম্বৰ 2011 (UTC)
দ্বীজেন দা হ’ব বাৰু আপোনাৰ মতেই এতিয়া সম্পাদনা কৰি থাকক, পিছত এখন পৃষ্ঠা চাফা কৰি দিলেই হ’ল| কাৰণ বিশ্বনাথ আৰু বিশ্বনাথ চাৰিআলি দুয়োখন পৃষ্ঠাতে একেই তথ্য বেয়া দেখি|

Bishnu Saikia বিষ্ণু শইকীয়া 19:48, 30 নভেম্বৰ 2011 (UTC)

বিষ্ণু , মই বিশ্বনাথ চাৰিআলিৰ পৃষ্ঠাখনত "বিশ্বনাথ" পৃষ্ঠাৰ পৰা প্রয়োজনিয় বিষয় বোৰ copy কৰি লগাই দিলো।এতিয়া "বিশ্বনাথ" পৃষ্ঠাৰ নলগা বোৰ delete কৰি দিবা।মোৰ চুবলৈ ভয় লগা হ'ল।--দ্বিজেন মহন্ত 03:22, 1 ডিচেম্বৰ 2011 (UTC)
দ্বীজেনদা, খালী / সম্পাদনা কৰাৰ দায়িত্ব আপুনিয়েই ল’লে ভাল পাম| Bishnu Saikiaবিষ্ণু শইকীয়া 15:30, 1 ডিচেম্বৰ 2011 (UTC)

তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰুপন কৰিবলৈ অকো অসুবিধা নহয়। অকোৰ ঠাইত একো হব।--দ্বিজেন মহন্ত (talk) 18:24, 4 ডিচেম্বৰ 2012 (UTC)