বাৰ্তা:বিশ্ব শিক্ষক দিৱস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনুগ্ৰহ কৰি বিলোপন নকৰিব।

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

ভুলক্ৰমে বিলোপনৰ কথা কোৱা হৈছিল, গতিকে অনুগ্ৰহ কৰি বিলোপন নকৰিব। ধন্যবাদ।

ভুলক্ৰমে বিলোপনৰ কথা কোৱা হৈছিল, গতিকে অনুগ্ৰহ কৰি বিলোপন নকৰিব। ধন্যবাদ।

উত্তৰ:- ধন্যবাদ। জহিৰুল ইছলাম (বাৰ্তা) 13:48, 4 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় জহিৰুল ইছলাম (বাৰ্তা) 13:49, 4 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@জহিৰুল ইছলাম:, অসমীয়া ৱিকিপিডিয়াত ইতিমধ্যে শিক্ষক দিৱস নামৰ প্ৰবন্ধটো আছেই। একে প্ৰবন্ধ একাধিক থকাৰ নিয়ম নাই, ইয়াৰোপৰি ৱিকিপিডিয়াৰ প্রবন্ধশৈলীৰে আপোনাৰ প্ৰবন্ধটো লিখা হোৱা নাই। আদৰণি বাৰ্তা হিচাপে যি বাৰ্তা আপোনাক দিয়া হৈছিল সেই বাৰ্তাত সংযুক্ত বিভিন্ন লিংক সমূহত গৈ ৱিকিপিডিয়া সম্বন্ধে অধ্যয়ন কৰিবলৈ অনুৰোধ জনালোঁ। -Nayan j Nath (বাৰ্তা) 14:44, 4 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@জহিৰুল ইছলাম:, অসমীয়া ৱিকিপিডিয়াত কোনো ধৰণৰ মৌলিক প্ৰৱন্ধ লিখা নহয়। এই প্ৰবন্ধটো নিশ্চিতৰূপে বিলোপনৰ যোগ্য। আপুনি ইচ্ছা কৰিলে World Teachers' Day এই প্ৰবন্ধটো অসমীয়ালৈ অনুবাদ কৰিব পাৰে। দিব্য দত্ত (বাৰ্তা) 15:20, 4 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]