সমললৈ যাওক

বাৰ্তা:বিৰিঞ্চি কুমাৰ বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৪ মে', ২০২২ তাৰিখে, অসমীয়া ৱিকিৰ ৱাটচ আপ গ্ৰুপত আন কুৰিজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিকৰ লগতে ২০১১ চনত সৃষ্টি কৰা বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰৱন্ধটি উন্নত কৰাৰ প্ৰস্তাৱ এটি ৰখা হৈছিল। এই প্ৰস্তাৱ মৰ্মে, ২০০৮ চনৰ নৱেম্বৰ মাহত ক্ৰান্তিকাল প্ৰকাশনে প্ৰকাশ কৰা সোমনাথ বৰা সংকলিত ‘বিৰিঞ্চিকুমাৰ বৰুৱা’ গ্ৰন্থখনৰ সহায় লৈ প্ৰৱন্ধটিত তথ্য সংযোগ আৰু কিছু সালসলনি কৰা হ'ল। JyotiPN (বাৰ্তা) 02:26, 19 মে' 2022 (ইউ.টি.চি.)JyotiPN

বিৰিঞ্চি কুমাৰ বৰুৱাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক