বাৰ্তা:বৃন্দাবনী বস্ত্ৰ
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 8 মাহ পূৰ্বে by 2401:4900:38C4:B9:1346:70D7:D4C8:F089 in topic বৃন্দাবনী বস্ত্ৰ
'বৃন্দাৱনী' নে 'বৃন্দাবনী'? — গীতাৰ্থ বৰদলৈ (talk) 16:18, 22 নৱেম্বৰ 2013 (UTC)
- 'বৃন্দাৱনী' এ হ'ব লাগে। মই আন এটা প্ৰৱন্ধত থকা ৰঙা লিংকৰ পৰা পোনে পোনে লিখিছো।জ্যোতি প্ৰকাশ নাথ (talk) 17:38, 22 নৱেম্বৰ 2013 (UTC)
- ৰঙা লিংকটোত ভুলকৈও লিখা থাকিব পাৰে! 'বৃন্দাবন' শব্দটো শুদ্ধ, সেই হিচাপে 'বৃন্দাবনী' হ'ব লাগে। (http://www.xahitya.org/2012/01/17/vrindavani/) — গীতাৰ্থ বৰদলৈ (talk) 19:58, 22 নৱেম্বৰ 2013 (UTC)
- শব্দ.অৰ্গ-তো বৃন্দাবন হিচাপেই দেখা পাইছো। সেয়ে বৃন্দাবনী হে শুদ্ধ হ'ব। প্ৰণৱ জ্যোতি ভূঞা (talk) 07:42, 23 নৱেম্বৰ 2013 (UTC)
- ঠিক আছে তেন্তে স্থানান্তৰ কৰি দিও। জ্যোতি প্ৰকাশ নাথ (talk) 06:30, 24 নৱেম্বৰ 2013 (UTC)
বৃন্দাবনী বস্ত্ৰ
[সম্পাদনা কৰক]বিষয় আলোচনা
2401:4900:38C4:B9:1346:70D7:D4C8:F089 07:04, 28 August 2025 (ইউ.টি.চি.)