বাৰ্তা:বেটুপাত/Archive 2

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিসংগতি[সম্পাদনা কৰক]

es fr নাম দুটা ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহৰ তলফালে দেখা গৈছে| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 17:25, 20 জানুৱাৰী 2012 (UTC)

ময়েই গণ্ডগোল লগাইছিলোঁ। ঠিক কৰিলোঁ। Gitartha.bordoloi 17:39, 20 জানুৱাৰী 2012 (UTC)

"কেৱল দিয়া শব্দহে বিচাৰিব" "হুবহু শিৰোনামা বিচাৰক" আৰু "সম্পূৰ্ণ পাঠ্য বিচাৰিব" "সম্পূৰ্ণ পাঠ্য বিচাৰক" হ'ব লাগিছিল নেকি বাৰু? চাইপাও 03:19, 12 ফেব্ৰুৱাৰী 2012 (UTC)

হয়। Gitartha.bordoloi 09:23, 14 ফেব্ৰুৱাৰী 2012 (UTC)


{{admin help}}

এই সাঁচটোৰ শ্ৰেণীত থকা Category:Article Feedback Blacklist টো আতৰাই দিব|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:46, 20 ফেব্ৰুৱাৰী 2012 (UTC)

বুজি পোৱা নাই। সাঁচটোত Article Feedback Blacklist শ্ৰেণীটো নায়েই দেখোন। গীতাৰ্থ বৰদলৈ 20:19, 20 ফেব্ৰুৱাৰী 2012 (UTC)
তুমি ছেটিংৰ বাবে দেখিব পোৱা নাই চাগে| "বেটুপাত" পৃষ্ঠাৰ শেষ অংশত [[Category:Article Feedback Blacklist| ]] বুলি লিখা শ্ৰেণী এটা আছে চাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 04:46, 21 ফেব্ৰুৱাৰী 2012 (UTC


bishnu saikia mohudoi, Once i could write in wikipedia. but last a few month i cannot adjust even font. please guide me. rana bhabani chutia

আলোকচিত্র প্রতিযোগীতা নামৰ বাকচ[সম্পাদনা কৰক]

মই "আলোকচিত্র আৰু প্রবন্ধ প্রতিযোগীতা" বুলি ৱিকিপিডিয়াৰ প্রথম পৃষ্ঠাতে বাকচ এটা থকাটো সমৰ্থন কৰিব নোৰাৰো। এইটো এটা সাময়িক কাৰ্য্য। এতেকে ইয়াক প্রথম পৃষ্ঠাত দিয়াটো উচিত নহয়। আঁতৰাই দিলোঁ কোনে কৰিচে নোচোৱাকৈয়ে। TAKE IT SERIOUSLY. অনুগ্রহ কৰি বেটুপাতত নতুন এডমিন (sysop) সকলে কিবা মুখ্য সালসলনি কৰিবলৈ বিচাৰিলে ৰাইজৰ চ'ৰাত মতামত লৈ ল'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 23:45, 3 মে' 2012 (UTC)

সৰলীকৰণ[সম্পাদনা কৰক]

হুবহু পাঠ্য বিচাৰক, সম্পূৰ্ণ পাঠ্য বিচাৰক আদিয়ে মোৰ মতে খেলিমেলিহে সৃষ্টি কৰে| সৰলীকৰণ কৰিলে পাঠকৰ সুবিধা হ’ব বুলি ম‍ই ভাবিছো| ইয়াৰ উপৰঞ্চি "আপোনাৰ প্ৰয়োজনীয় বিষয়টো বিচাৰিবলৈ ইয়াত লিখক" শব্দটো কাটি কুটি লিখি থকাতকৈ আতৰাই দিয়াই ভাল| ইংৰাজী ৱিকিপিডিয়াটো এটাই মাত্ৰ Search Box আছে| আমাৰখনত সজ্জাৰ বাবে ৰাখিব বিচাৰিছে যদি ৰাখক, কিন্তু ওপৰত কোৱাৰ দৰে সৰল হলে ভাল হয়| উদাহৰণ:-


মই সমৰ্থন কৰিছোঁ। --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 16:41, 23 ফেব্ৰুৱাৰী 2012 (UTC)
"হুবহু শিৰোনামা বিচাৰক"নো কি টান হৈছে! "আপোনাৰ প্ৰয়োজনীয় বিষয়টো বিচাৰিবলৈ ইয়াত লিখক"খিনি আঁতৰাবলৈ আগতে কৈছিলোঁ, কিন্তু user friendly হ'বৰ বাবে প্ৰশাসকে ৰাখিলে। সেইখিনি ক্লিক কৰিলে নাইকীয়া হৈ যোৱাও কৰিব নোৱাৰি। গীতাৰ্থ বৰদলৈ 17:27, 23 ফেব্ৰুৱাৰী 2012 (UTC)

বেটুপাত সম্পাদনা[সম্পাদনা কৰক]

কেইটামান পৰামৰ্শ:

  • ইন্‌পুট বক্সটোত লিখি থোৱা কথাখিনি মচি পেলাব পাৰি নিশ্চয়। সেইখিনি আঁতৰাই সন্ধান কৰিবলগীয়া বিষয় লিখাত মানুহে অসুবিধাহে পায় যেন লাগিছে। তাৰ তলৰ সহায় অংশত "আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “ইন্‌পুট বক্স”টোত (Input box) লিখি সন্ধান (search) কৰিব পাৰে" বুলি বেলেগকৈ এষাৰ লিখা আছেই।
  • ইন্‌পুট বক্সটোৰ তলত এইখনত দিয়াৰ নিচিনাকৈ "সহায়িকা - বিষয়শ্ৰেণীসমূহ - অৰ্থকোষ - স্বত্বলুপ্তি" লিংকবোৰ দিব পাৰি নেকি। বিবেচনা কৰিবচোন। "বিষয়শ্ৰেণী"ৰ ঠাইত বেলেগ ভাল কিবা দিলেও হ'ব।
  • Main page short help খন দীঘলীয়া হৈ যোৱাৰ লগে লগে বিষয়সূচীৰ তলত খালী ঠায়ো বাঢ়ি গৈ আছে। সেইখিনি ঠাইত "আপুনি জানেনে" বুলি এশাৰীৰ তথ্যভিত্তিক শিতানটো আৰম্ভ কৰিব পাৰি নেকি? মাহত দুবাৰকৈ কথাখিনি সলালেও হ'ব। নিৰ্বাচিত প্ৰবন্ধৰ কাম কেতিয়া হয়গৈ নাজানো। অম্লান, নিৰ্বাচিত চিত্ৰ সংযোগ কৰিবলৈ স্বয়ংক্ৰিয় উপায় নাই নেকি? মেনুৱেলী কৰাতো কামোৰ। উপায় আছে যদি সেইটোও দিব পাৰি। -- গীতাৰ্থ বৰদলৈ (talk) 08:01, 18 মাৰ্চ 2012 (UTC)
তিনিটা পৰামৰ্শ গ্ৰহনযোগ্য আৰু আদৰণীয়| সমৰ্থন কৰিছো| অৱশ্যে বিষয়শ্ৰেণীৰ সলনি কেৱল শ্ৰেণী বা মূল শ্ৰেণী দিলে ভাল হ’ব যেন পাওঁ| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:06, 18 মাৰ্চ 2012 (UTC)
ময়ো সমৰ্থন কৰিছো। নিৰ্বাচিত চিত্ৰ সংযোগ কৰিবলৈ মই আগতেই চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। কমন্সৰ পৰা ছবি আনিবৰ বাবে বট লাগিব। বেটুপাতখন মই অলপ নতুনকৈ ডিজাইন কৰিছিলোঁ। মোৰ Sandbox-ত চাবচোন। --অম্লান বসুমতাৰী (talk) 08:17, 18 মাৰ্চ 2012 (UTC)
ৰঙবোৰ ভাল লাগিছে। কিন্তু বৰ্তমানৰখনতকৈ সাংঘাটিক বেছি ভাল লাগিছে বুলিও ক'ব নোৱাৰোঁ। ইন্‌পুট বক্সটো কাষত থাকিলে মোৰ দেখাত অলপ অখজা যেন লাগে। বাকীবোৰকো দেখুওৱাচোন। ছবি সংযোগ কৰাত সমস্যা হ'লে "আপুনি জানেনে"কে আৰম্ভ কৰি দিওঁ। -- গীতাৰ্থ বৰদলৈ (talk) 09:19, 18 মাৰ্চ 2012 (UTC)

নতুন ডিজাইন[সম্পাদনা কৰক]

অম্লানৰ ৯০% আৰু মোৰ ১০% বৰঙণিৰে সাজি উলিওৱা বেটুপাতৰ নতুন ডিজাইন: সদস্য:Gitartha.bordoloi/cover2। ৰাইজে চাই মন্তব্য দিবচোন। ‍‍‍— গীতাৰ্থ বৰদলৈ (talk) 08:30, 29 মাৰ্চ 2012 (UTC)

তোমালোক দুয়োজনৰ কষ্ট সাৰ্থক হৈছে| ভাল লাগিল| বিষয় শ্ৰেণীটো প্ৰধান শ্ৰেণী কৰিলে ভাল হয়| লগতে ৱিকিপিডিয়াৰ বেকগ্ৰাউণ্ড ৰংটো অলপ সলাবা পাৰিলে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:08, 29 মাৰ্চ 2012 (UTC)
ভাল লাগিছে৷ মিলাব পাৰিলে "ভাল প্ৰবন্ধ"বুলিও অলপ স্থান ৰাখিব পাৰা৷ নতুন ব্যৱহাৰকাৰীক অন্ততঃ আকৰ্ষণ কৰিব৷ Anjal Borah (talk) 09:01, 30 মাৰ্চ 2012 (UTC)
"নিৰ্বাচিত" আৰু "ভাল প্ৰবন্ধ" দুটাকৈ শিতান খোলাৰ জোখেৰে আমাৰ এতিয়া প্ৰবন্ধ নাই। সেইবাবে এটাই থাকক। "আপুনি জানেনে" শিতান এটা যোগ দিম ৰ'ব। — গীতাৰ্থ বৰদলৈ (talk) 09:30, 30 মাৰ্চ 2012 (UTC)

অম্নানক সেইদিনা ম‍ই বেটুপাতৰ বিষয়ে সোধাত আলোচনা কৰি হেস্তনেস্ত কৰা কথা কৈছিল| ৰাইজৰ চ’ৰালৈ এই প্ৰস্তাৱটো লৈ যোৱা ভাল হ’ব নেকি? ১০ জুনৰ আগতে অসমীয়া ৱিকিপিডিয়াই নতুন পোছাক এযোৰ পিন্ধিলে দেখাটো ভাল লাগিব| বিষ্ণু বাৰ্তা 14:07, 18 মে' 2012 (UTC)

ৱিকিমিডিয়া কমন্স[সম্পাদনা কৰক]

ৱিকিপেডিয়াৰ একেবাৰে তলত থকা অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: ৰ তালিকাত থকা ৱিকিমিডিয়া কমন্স ত ক্লিক কৰিলে ইংৰাজী কমন্স হে খোল খাই । অসমীয়া কৰিব নোৱাৰি নে ? মাধৱ শইকীয়া 15:13, 8 জুন 2012 (UTC)

নতুন ৰূপ[সম্পাদনা কৰক]

নতুন ৰূপটো সুন্দৰ হৈছে, শুভ দিনত শুভ কাম, আজি দহ বছৰৰ পাছত অসমীয়া ৱিকিৰ যত্ৰাত আমাৰ জনবল, আৰু মনৰ বল দহগুণে বৃদ্ধি পাওক দীপাংকৰ চেতিয়া বাৰ্তা 08:11, 10 জুন 2012 (UTC)

সহায় অংশত থকা "ৱিকিপ্ৰকল্প"ৰ কথাখিনি আঁতৰাই দিব পাৰি নেকি? নতুন সদস্যৰ বাবে এয়া উপযোগী জানো? — গীতাৰ্থ বৰদলৈ (talk) 14:09, 18 জুন 2012 (UTC)

দুই অংশৰ ভাগ[সম্পাদনা কৰক]

দীঘলীয়া ফটো দিলে খালী ঠাই আহি যোৱা সমস্যাটো অস্থায়ীভাৱে এতিয়া নোহোৱা হ'ব বাৰু। কিন্তু বাওঁফালৰ অংশ বেছি বহল, সোঁফালটো কম বহল হোৱাতকৈ সমান হ'লেই ভাল দেখি। — গীতাৰ্থ বৰদলৈ (talk) 17:56, 18 অক্টোবৰ 2012 (UTC)

কথাটো হয়, সমস্যাটো কিবা এটা সমাধান কৰিব লাগিব... ন’হলে আমিচোন ৱিকিত ঠিয় ফটো নিৰ্বাচিত চিত্ৰৰূপে দিব‍ই নোৱাৰিম| ম‍ই চেষ্টা কৰি চাম বাৰু| ... বিষ্ণু শইকীয়া 18:45, 18 অক্টোবৰ 2012 (UTC)

শ্ৰদ্ধাৰ্ঘ[সম্পাদনা কৰক]

নিৰ্বাচিত প্ৰবন্ধৰ ঠাইত এ পি জে আব্দুল কালামদেৱৰ বিষয়ে প্ৰবন্ধটো আছেই। গতিকে বেনাৰ হিচাপে শ্ৰদ্ধাৰ্ঘৰ কথাখিনি মোৰ বোধেৰে নিদিলেও হয়। — গীতাৰ্থ বৰদলৈ (talk) 11:14, 30 July 2015 (UTC)