সমললৈ যাওক

বাৰ্তা:ভালচন্দ্ৰ নেমাডে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামৰ অসমীয়া বানান

[সম্পাদনা কৰক]

@JyotiPN:, Bhalchandra Nemade এগৰাকী মাৰাঠী ব্যক্তি আছিল। মাৰাঠীত তেওঁৰ নামৰ বানান "भालचंद्र वनाजी नेमाडे"; হিন্দীতো একে। এতেকে অসমীয়াতো "ভালচন্দ্ৰ নেমাডে" হ'লেই ভাল আছিল কিজানি। বাবুল বৈশ্য (বাৰ্তা) 06:01, 17 মে' 2021 (ইউ.টি.চি.)

পৃষ্ঠাটো ভালচন্দ্ৰ নেমাডে নামেৰেই সৃষ্টি কৰা হৈছিল। কিন্তু কোনোৱে বানানটো জ্ঞানপীঠ বঁটা পৃষ্ঠাত নতুনকৈ সম্পাদনা কৰি সলাই দিয়াত আৰু হিন্দী ৱিকিতো বালচন্দ্ৰ বুলি পোৱাৰ বাবে মোৰ তাতো সলাই দিছিলোঁ। ভুল যদি পুনৰ শুধৰাই দিব পাৰিব।JyotiPN (বাৰ্তা) 06:41, 17 মে' 2021 (ইউ.টি.চি.)JyotiPN