বাৰ্তা:ভিমেশ্বৰ শিৱ ধাম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যউৎস হিচাপে ব্লগ ৱিকিপিডিয়াত গ্ৰহণযোগ্য নহয়। আন তথ্যউৎস আছে নেকি বাৰু? — গীতাৰ্থ বৰদলৈ (talk) 09:57, 27 ডিচেম্বৰ 2014 (UTC)

ধন্যবাদ৷ আন এটি অনলাইন তথ্যৰ মই "The Assam Tribune" কাকতৰ পৰা ইয়াত উদ্ধৃতি দিছো৷ তাৰোপৰি এই কাহিনীৰ উল্লেখ এই ধামত থকা বিভিন্ন ফলকত পোৱা যায়৷ — সুব্ৰত গোস্বামী (talk) 00:10, ৩০ ডিচেম্বৰ 2014 (UTC)