বাৰ্তা:মই ডেচডিম’না হ’ব খোজোঁ
বিষয় যোগ কৰকঅৱয়ব
অনামিকা বা, কিতাপখনৰ আলোচনা যদি কোনোবা কাকতত প্ৰকাশ পাইছে, তথ্যসূত্ৰ হিচাপে সেয়া দিব পাৰে। কিতাপৰ মূল্য নিলিখিব। কিতাপকখনৰ কোনোবাই কৰা সমালোচনাবিলাক অনুচ্ছেদ এটা কৰি তথ্যসূত্ৰ দি লিখি থ'ব পাৰে। কাহিনীৰ সাৰাংশ ভাগত আপোনাৰ নিজা মতামত আছে, অলপ নিৰপেক্ষভাৱে লিখিব পাৰিব নেকি? — গীতাৰ্থ বৰদলৈ (talk) 16:01, 27 আগষ্ট 2012 (UTC)
মই ডেচডিম’না হ’ব খোজোঁৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন মই ডেচডিম’না হ’ব খোজোঁক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।