সমললৈ যাওক

বাৰ্তা:মধুপুৰ সত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মধুপুৰ সত্ৰ পশ্চিমবঙ্গকোচবিহাৰ জিলামধুপুৰত অৱস্থিত। এই এই স্থানত মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল[1][2]। ইয়াৰ উপৰিও ইয়াত শংকৰ অনুগামী আন বহুতো ভকতৰো সমাধি আছে। সেয়ে ই হিন্দুধৰ্মৰ, বিশেষকৈ শংকৰদেৱ প্ৰচাৰিত এক শৰণ (mono ethic) ভাগৱতী বৈষ্ণব ধৰ্মানুৰাগী সকলৰ এক মুখ্য তীৰ্থস্থান বুলি গণ্য কৰা হয়।

জীৱনৰ অন্তিম সময়চোৱা শঙ্কৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে বহুতো সাহিত্যিক আৰু সাংস্কৃতিক কৃতিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক দহমুকুতৰ থান বুলিও কোৱা হয়। দহমুকুত (মুকুট = মুক্ত) মানে হ’ল শঙ্কৰদেৱৰ দহজন শিষ্যৰ ইয়াত থকা ভেটি।

  1. "Madhupur Satra in India". India9.com. 2005-10-04. http://www.india9.com/i9show/Madhupur-Satra-68204.htm আহৰণ কৰা হৈছে: 2013-03-16.
  2. "Road & Electricity". Cic.nic.in. http://www.cic.nic.in/cicwebpages/Assam/agomani/rrsatra.html আহৰণ কৰা হৈছে: 2013-03-16.

মধুপুৰ সত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক