বাৰ্তা:মলুৱা বান্দৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

“মলুৱা বান্দৰ” বেলেগ বন্দৰৰ প্ৰজাতি হয় জানো? বান্দৰ জাকটোৰ দলপতি বা জাকৰ পৰা ফালৰি কাটি অকলে অকলে ঘুৰি ফুৰা বান্দৰটোকহে মলুৱা বান্দৰ বুলি কয় বুলি জানিছিলোঁ। এই প্ৰজাতিটোৰ নাম বেলেগ হ’ব নেকি? দিব্য দত্ত (বাৰ্তা) 12:07, 3 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]