বাৰ্তা:মাইন উদ্দিন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১২ টা refference লিংক দিয়াৰ পিছতো কিয় ডিলিট কৰিব লাগে ?

প্ৰবন্ধত যিসমূহ উদ্ধৃতি দিয়া হৈছে, তাৰে অধিকসংখ্যক উপযুক্ততা নাই বাবে সেইবোৰ প্ৰামাণিক উদ্ধৃতি ৰূপে গ্ৰাহ্য নহয, সেয়া বেচিভাগ "ORIGINAL RESEARCH" হে মাত্ৰ। ইয়াৰ উপৰি প্ৰবন্ধৰ বিষয় সম্পৰ্কেও ক'ব গলে আপুনি ৱিকিপিডিয়া:উল্লেখযোগ্যতা আৰু ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী পৃষ্ঠাদুটা অলপ পঢিব। আশাকৰো ৱিকিত আপুনি নিস্বাৰ্থভাৱে সদায়ে অৰিহণা আগবঢাই যাব। বিষ্ণু শইকীয়া 11:54, 6 July 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বিলোপন সমৰ্থন- উল্লেখযোগ্যতাৰ মাপকাঠী অনুসৰি এই প্ৰবন্ধটো ৱিকিপিডিয়াত থাকিব নালাগে। ১২ লিংকৰ সৰহভাগেই অপ্ৰয়োজনীয়, নিৰ্দিষ্ট শাৰীটোৰ লগত সম্পৰ্ক নথকা বা নিজা কোম্পানী/প'ৰ্টেলৰ বাতৰি। ৰেফাৰেন্স বিচাৰিলে সকলোৰে ওলাব। তাৰ অৰ্থ এনে নহয় যে আমি নিজৰ নিজৰ কথা ৱিকিপিডিয়াত অন্তৰ্ভুক্ত কৰিম। — গীতাৰ্থ বৰদলৈ (talk) 06:26, 7 July 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]