সমললৈ যাওক

বাৰ্তা:মাধৱদেৱৰ জন্মস্থান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৃষ্ঠা বিলোপন

[সম্পাদনা কৰক]

মাধৱদেৱৰ জন্মস্থান পৃষ্ঠাটো ইতিমধ্যেই লেতেকুপুখুৰী প্ৰবন্ধৰ সৈতে সংযোগ কৰা হৈছে। গতিকে এই পৃষ্ঠাখন ডিলিট কৰিব পাৰি বুলি ভাৱিছোঁ। -Nayan j Nath (বাৰ্তা) 05:51, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধটোত একত্ৰিত কৰিবলগীয়া তথ্য আছে জানো? এইটো বিলোপ নাইবা ৰিডাইৰেক্ট কৰা উচিত। দিব্য দত্ত (বাৰ্তা) 09:32, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
@দিব্য দত্ত, কেইটামান পেৰা আছিল। মই নি লেতেকুপুখুৰীতে থৈ দিলোঁ। এতিয়া নাই, ডিলিট কৰিয়েই দিব। Nayan j Nath (বাৰ্তা) 10:18, 25 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক