সমললৈ যাওক

বাৰ্তা:মী এণ্ড মাই ছিষ্টাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"মী এণ্ড মাই ছিষ্টাৰ" নামৰ সদ্যহতে আমি জনা অন্য একো বস্তু নাই বাবে বন্ধনীটো নিদিলেও হ'ব চাগে। — গীতাৰ্থ বৰদলৈ (talk) 15:00, 15 জানুৱাৰী 2013 (UTC)

হয়, কিন্তু এতিয়া কেনেকৈ আঁতৰাওঁ? Manjil Konwar (talk) 12:31, 16 জানুৱাৰী 2013 (UTC)

সেইটো কৰিবলৈ হলে 'মী এণ্ড মাই ছিষ্টাৰ' বুলি পৃষ্ঠা এটা সৃষ্টি কৰি তালৈ ৰিডাইৰেক্ট কৰিব লাগিব। অৱশ্যে তেনে নকৰি আগৰ দৰে ৰাখিলেও বৰ বেয়া নহয় নেকি?- বাবুল বৈশ্য 15:50, 16 জানুৱাৰী 2013 (UTC)
চিধাচিধি স্থানান্তৰ কৰি দিলেই হ'ল। আগৰ শিৰোনামটোৰ পৰা ৰিডিৰেক্ট নিজে নিজে আহি যাব।— গীতাৰ্থ বৰদলৈ (talk) 15:54, 16 জানুৱাৰী 2013 (UTC)

মী এণ্ড মাই ছিষ্টাৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক