বাৰ্তা:মে'

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মে'ত থকা চিনটো (Right Single Quotation Mark) নে ' (Apostrophe) হ’ব। দিব্য দত্ত (বাৰ্তা) 15:15, 9 মে' 2019 (ইউ.টি.চি.)

ইংৰাজী ৱিকিত এই দুয়োটা চিহ্নকে (' বা ) Apostrophe বোলা হৈছে। অসমীয়া ৱিকিপিডিয়াত পিছে দুয়োটাকে খেলিমেলিকৈ ব্যৱহাৰ কৰা হৈছে। '-ৰ ব্যৱহাৰ -তকৈ অধিক। অসমীয়া ভাষাত যদি ইয়াৰ ব্যৱহাৰ Glottal stop-দৰে কৰা হয়, তেন্তে মোৰ বোধেৰে ' (Apostrophe) ব্যৱহাৰ কৰা ভাল, কিয়নো কোনো উক্তিৰ বাবেহে (Right Single Quotation Mark) ব্যৱহাৰ কৰা হয়। --SlowPhoton (talk) 04:29, 10 মে' 2019 (ইউ.টি.চি.)