বাৰ্তা:মোহন ভাৱৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

এই ব্যক্তিজনাৰ বিষয়ে লেখকক পাৰিলে আৰু অলপ বহলাই লিখিবলৈ অনুৰোধ জনালোঁ। লগতে সহায়ক গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা, প্ৰকাশক, প্ৰকাশৰ বছৰ আদি উল্লেখ কৰিবলৈ অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 08:13, 14 জানুৱাৰী 2013 (UTC)