বাৰ্তা:সংযুক্ত মুক্তি বাহিনী, অসম
বিষয় যোগ কৰকঅৱয়ব
"আলফা আৰম্ভ হৈছিল আছুৰ বুকুতে। আছু যেতিয়া বিদেশী বিতাৰণ আন্দোলনৰ তুংগত আছিল তেতিয়াই জন্ম হৈছিল আলফাৰ।"এনে ধৰণৰ বাক্য যুক্তিসংগতনে? ইয়াত আছু আৰু আলফা একাকাৰ কৰা যেন বোধ হৈছে৷ গতিকে এনে বাক্য ঠিক নহ'ব৷ Anjal Borah (talk) 07:10, 5 এপ্ৰিল 2012 (UTC)
সংযুক্ত মুক্তি বাহিনী, অসমৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন সংযুক্ত মুক্তি বাহিনী, অসমক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।