বাৰ্তা:সতীদাহ প্ৰথা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামটো অসমীয়াত "সতীদাহ" বা "সতীদাহ প্ৰথা"-হে হ'ব নেকি? পাঠ্যপুথিত সতীদাহ বুলি পঢ়াই মনত আছে। বঙালীখনটো সতীদাহ বুলিয়ে আছে। শব্দটো সতীদাহৰ অৰ্থ এনেদৰে দিয়া আছে: The former practice in Hinduism of a wife burning herself in the same funeral pyre with the body of her dead husband. [1] --SlowPhoton (talk) 17:12, 19 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয় “সতীদাহ প্ৰথা” হ’ব লাগে। -দিব্য দত্ত (বাৰ্তা) 05:20, 2 april 2019 (ইউ.টি.চি.)
 কৰা হ'ল সতীদাহ প্ৰথা-লৈ স্থানান্তৰ কৰা হ'ল। --SlowPhoton (talk) 05:26, 26 November 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]