বাৰ্তা:সত্য প্ৰসাদ বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


বৰুৱা দেৱৰ নাট এখনৰ নাম :ন্যায়িকা নাট্যকাৰ (১৯৭৬) বুলি লিখা হৈছে।কিন্তু বানানটো "নায়িকা নাট্যকাৰ"হে হব নেকি বাৰু ?দ্বিজেন মহন্ত (talk) 16:46, 30 মাৰ্চ 2012 (UTC)

হয়, "নায়িকা-নাট্যকাৰ"হে। ঠিক কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk)

জন্ম বৰ্ষ[সম্পাদনা কৰক]

জন্ম বৰ্ষ ১৯৭১ হিচাপে অন্তৰ্ভুক্ত হৈছে। শুদ্ধ যেন লগা নাই। Debanjan ray (talk) 19:48, 30 মাৰ্চ 2012 (UTC)

ঠিক কৰা হ'ল। কিন্তু জন্ম তাৰিখ সম্পৰ্কে উদ্ধৃতিৰ প্ৰয়োজন আছে। — গীতাৰ্থ বৰদলৈ (talk)