বাৰ্তা:সুশোভন সনু ৰয়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই প্ৰবন্ধটো আগতে বিলোপ কৰা যেন মনত পৰে। এই বিষয়ে কিবা তথ্য সংৰক্ষিত হৈ থাকে যদি মাননীয় প্ৰশাসকসকলে মন কৰিবচোন। তদুপৰি এনেদৰে বাৰেপাচি ভুল বাক্যগাঁ‌থনি আৰু তথ্যসূত্ৰৰ ঠাইত লিংক কেইটামান জাপি দি যোৱা অতি চমু প্ৰবন্ধসমূহ বিলোপ কৰাই উচিত বুলি ভাবোঁ। ---Chandan Chiring Phukon Chat 03:01, 3 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধৰ সৃষ্টিকৰ্তাই আগতে বিলোপ কৰা প্ৰবন্ধটো পুনৰোদ্ধাৰ কৰিবলৈ অনুৰোধ কৰোতে মই তেঁওক একাউণ্টত খুলি নতুনকৈ লিখিবলৈ পৰামৰ্শ দিলোঁ, তাৰমানে এইটো নহয় যে প্ৰবন্ধটো আকৌ বিলোপ কৰা নহ'ব। যদিহে প্ৰবন্ধটোৰ “উল্লেখযোগ্যতা” নাথাকে আৰু তাৰ সমল নিম্ন মানৰ হয়, নিশ্চিতভাবে প্ৰবন্ধটো বিলোপনৰ যোগ্য বুলি বিবেচনা কৰা হ’ব। দিব্য দত্ত (বাৰ্তা) 12:06, 19 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত হয়, কথাটো ধৰিব পাৰিছোঁ। আশাকৰোঁ, সৃষ্টিকৰ্তাগৰাকীয়ে প্ৰবন্ধটো ৱিকিপিডিয়া মানৰ কৰি তুলিব।-Chandan Chiring Phukon Chat 13:30, 19 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]