বাৰ্তা:সেন্দূৰ (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সেন্দুৰ নে সেন্দূৰ[সম্পাদনা কৰক]

@Babulbaishya: সেন্দুৰ নে সেন্দূৰ? পোষ্টাৰখনৰ পৰা ধৰিব পৰা নগ'ল। শুদ্ধ বানান সেন্দূৰ নেকি? --SlowPhoton (talk) 05:53, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@SlowPhoton:, পোষ্টাৰত 'সেন্দুৰ'-এ লিখিছে। পিছে শুদ্ধ বানান 'সেন্দূৰ'হে। কিন্তু যিহেতু ই এখন চিনেমাৰ নাম, অৰ্থাৎ ই নামবাচক শব্দ (proper noun) আৰু ছবিৰ প্ৰযোজকে পোষ্টাৰত আৰু কাষ্টিঙত 'সেন্দুৰ' বুলি লিখিছে, গতিকে আভিধানিকভাবে ভুল হ'লেও প্ৰবন্ধৰ শিৰোনামত 'সেন্দুৰ' বুলি লিখিব লাগে। এনে এটা আলোচনা ডক্তৰ বেজবৰুৱা ছবি বিষয়ক প্ৰবন্ধৰ বাৰ্তা পৃষ্ঠাতো হৈছিল। চাবচোন। বাবুল বৈশ্য (talk) 08:32, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Babulbaishya: হয় proper noun হ'লে যেনেকৈ আছে তেনেকৈয়ে লিখিব লাগে। তাৰ বাবে {{Sic}} ব্যৱহাৰ কৰিব পাৰে। পিছে পোষ্টাৰত উ-কাৰ নে ঊ-কাৰ ধৰিবই নোৱাৰি দেখোন। --SlowPhoton (talk) 08:39, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton:, (হ্ৰস্ব)উকাৰ যেনে লাগে। অলপ দেৰী চাই থাকিলে (দীৰ্ঘ)ঊকাৰ যেনো লাগে। চিনেমাখনৰ কাষ্টিং তথা অন্যান্য পোষ্টাৰতো আখৰৰ একেটা শৈলীকে ব্যৱহাৰ কৰিছে। গতিকে সঠিক সিদ্ধান্তত আহিবলৈ অলপ মস্কিলেই হ'ল দেখোন।বাবুল বৈশ্য (talk) 08:55, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Babulbaishya: খেলি-মেলি লাগিছে কাৰণে শুদ্ধ বানানটো ৰাখিলেই ভাল হ'ব নেকি!! --SlowPhoton (talk) 10:37, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton:, তাকে কৰা হওক তেন্তে। বাবুল বৈশ্য (talk) 13:40, 15 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল --SlowPhoton (talk) 09:40, 16 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]