বাৰ্তা:সোণালী বেন্দ্ৰে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোণালী বেন্দ্ৰে নে সোনালী বেন্দ্ৰে? মাৰাঠীত ণ ৰ পৰিৱৰ্তে ’ন’ ব্যৱহাৰ কৰা দেখা গৈছে| বিষ্ণু শইকীয়া 18:39, 8 মাৰ্চ 2013 (UTC)

মই অসমীয়াৰ ভাৱতে ণ লিখিলোঁ.....ন কৰা ভাল ? Nayanjyoti sarma (talk) 18:44, 8 মাৰ্চ 2013 (UTC)

অন্যসকলৰ মতামত জানি ল’লে ভাল হ’ব চাগে| বিষ্ণু শইকীয়া 18:55, 8 মাৰ্চ 2013 (UTC)