সমললৈ যাওক

বাৰ্তা:স্বাধীনতা দিৱস (ভাৰত)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধৰ নামটো ভাৰতৰ স্বাধীনতা দিৱস অথবা স্বাধীনতা দিৱস (ভাৰত) কৰি দিলে ভাল হ'ব যেন লাগে। ইংৰাজী প্ৰবন্ধটোও Independence Day (India) বুলিহে আছে। Ani ttbr (talk) 02:55, 16 আগষ্ট 2013 (UTC)

ময়ো ভাবিছিলো কথাটো৷ ভাৰতৰ স্বাধীনতা দিৱস বুলিলে প্ৰবন্ধৰ নাম হিচাপে অলপ অশুৱলা হয় যেন লাগিল, সেয়ে নিদিলো৷ 'স্বাধীনতা দিৱস (ভাৰত)' টো ভালেই পিছে৷ তুমিয়ে কৰি দিবা তেন্তে৷ জলি বৰা (talk) 03:57, 16 আগষ্ট 2013 (UTC)

স্বাধীনতা দিৱস (ভাৰত)ৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক