সমললৈ যাওক

২৩ নৱেম্বৰ, ২০২৪ৰ পৰা ৱিকিপিডিয়াত চলি আছে অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৪
আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।

বাৰ্তা:ৰ'জাৰ ফেডেৰাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Clay-ৰ প্ৰতিশব্দ

[সম্পাদনা কৰক]

Clay-ৰ অসমীয়া প্ৰতিশব্দ 'মাটি' হ'ব নে 'ধূলিয়ৰি'? (টেনিচ কোৰ্ট প্ৰসংগত) বাবুল বৈশ্য (বাৰ্তা) 13:00, 29 মে' 2021 (ইউ.টি.চি.)

@Babulbaishya: ক্লে'ৰ প্ৰতিশব্দ হিচাপে মাটিহে হ'ব লাগে। কথাটো ভাবিও ছানিয়া মিৰ্জা প্ৰবন্ধটো চাই ধূলিয়ৰী বুলি লিখিছিলোঁ। আপুনি কোৱাত খেলিমেলি দূৰ হ'ল। মাটি বুলি লিখোঁ ৰ'ব।--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 13:49, 29 মে' 2021 (ইউ.টি.চি.)