বাৰ্তা:ৰজাগাঁও
অৱয়ব
শিৰোনাম
[সম্পাদনা কৰক]@দিব্য দত্ত:, @Babulbaishya: দাদা, 'ৰজাগাওঁ'ৰ পৰিৱৰ্তে 'ৰজাগাঁও' হে হ’ব লাগিছিল নেকি! (গাঁও->Village) কুলধৰ ৰাভা (talk) 14:54, 2 August 2020 (ইউ.টি.চি.)
@Kuldhar Rabha:, হয়, গাঁও হ'ব লাগিছিল। শুদ্ধ নামটোলৈ ৰিডাইৰেক্ট কৰি দিয়ক। বাবুল বৈশ্য (talk) 15:34, 2 August 2020 (ইউ.টি.চি.)
আপুনি ৰিডাইৰেক্ট কৰি দিয়ক৷ কুলধৰ ৰাভা (talk) 15:43, 2 August 2020 (ইউ.টি.চি.)
কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 14:59, 3 August 2020 (ইউ.টি.চি.)