বাৰ্তা:ৰবীন ৱিলিয়ামছ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰবিন নে ৰবীন? প্রভাকৰ শৰ্মা নেওগ (talk) 09:34, 13 আগষ্ট 2014 (UTC)

নিশ্চিত নহয়! জলি বৰা (talk) 09:44, 13 আগষ্ট 2014 (UTC)
ৰবিন ৱিলিআম্‌ছ ! — গীতাৰ্থ বৰদলৈ (talk) 17:13, 13 আগষ্ট 2014 (UTC)

ৰবিন উইলিয়ামছ হ'লে কেনে হয়? প্রভাকৰ শৰ্মা নেওগ (talk) 05:26, 14 আগষ্ট 2014 (UTC)

'উইলিয়ামছ' বঙলুৱা ঠাঁচৰ হ'ব। অসমীয়াত 'ৱ' আছেই। — গীতাৰ্থ বৰদলৈ (talk) 06:08, 14 আগষ্ট 2014 (UTC)