বাৰ্তা:ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যসুত্ৰ আৰু বাহ্যিক সংযোগ ৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে, চাবচোন Saidul Islam 09:20, 12 এপ্ৰিল 2014 (UTC)


ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ... প্ৰযুক্তিবিদ্যা এটা বিশেষ্যপদ। ইয়াত এটা উপযুক্ত বিশেষণ হোৱা উচিত। Emakalam (talk) 17:26, 12 এপ্ৰিল 2014 (UTC)

প্ৰযুক্তিবিদ্যাৰ হ'ব নেকি? নে প্ৰাদ্যোগিকে ঠিক আছিল? ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী......এইটো চাওঁকচোন। Saidul Islam 01:11, 13 এপ্ৰিল 2014 (UTC) (talk)
বিশেষণ হোৱাটো জৰুৰী নহয় চাগে---উদাহৰণ স্বৰূপে-- law college--আইন মহাবিদ্যালয় sanskrit college---স্ংস্কৃত মহাবিদ্যালয়,,girls college--ছোৱালী মহাবিদ্যালয়।।।।Saidul Islam 04:20, 13 এপ্ৰিল 2014 (UTC) (talk)

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা/প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান প্রকৃততে ইংৰাজীত Institute of "National Technology" হিচাপেও অনুবাদ হয় । প্ৰযুক্তিবিদ্যাৰ ঠাইত এটা বিশেষণ ব্যবহাৰ কৰিলে এই সমস্যা নহ'ব। গতিকে প্ৰাদ্যোগিক শব্দটোৱে ঠিক হ'ব লাগে। Emakalam (talk) 05:47, 13 এপ্ৰিল 2014 (UTC)