বাৰ্তা:ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
তথ্যসুত্ৰ আৰু বাহ্যিক সংযোগ ৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছে, চাবচোন Saidul Islam 09:20, 12 এপ্ৰিল 2014 (UTC)
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ... প্ৰযুক্তিবিদ্যা এটা বিশেষ্যপদ। ইয়াত এটা উপযুক্ত বিশেষণ হোৱা উচিত। Emakalam (talk) 17:26, 12 এপ্ৰিল 2014 (UTC)
প্ৰযুক্তিবিদ্যাৰ হ'ব নেকি? নে প্ৰাদ্যোগিকে ঠিক আছিল? ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী......এইটো চাওঁকচোন। Saidul Islam 01:11, 13 এপ্ৰিল 2014 (UTC) (talk)
বিশেষণ হোৱাটো জৰুৰী নহয় চাগে---উদাহৰণ স্বৰূপে-- law college--আইন মহাবিদ্যালয় sanskrit college---স্ংস্কৃত মহাবিদ্যালয়,,girls college--ছোৱালী মহাবিদ্যালয়।।।।Saidul Islam 04:20, 13 এপ্ৰিল 2014 (UTC) (talk)
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা/প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান প্রকৃততে ইংৰাজীত Institute of "National Technology" হিচাপেও অনুবাদ হয় । প্ৰযুক্তিবিদ্যাৰ ঠাইত এটা বিশেষণ ব্যবহাৰ কৰিলে এই সমস্যা নহ'ব। গতিকে প্ৰাদ্যোগিক শব্দটোৱে ঠিক হ'ব লাগে। Emakalam (talk) 05:47, 13 এপ্ৰিল 2014 (UTC)
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।