বাৰ্তা:ৰিয়ানা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই পৃষ্ঠাখনত ভুল বহুত আছে...লাহে লাহে শুধৰাম...ৰিয়ানা(ৰিহান্না?)ৰ কোনো ফেন থাকিলে সম্পাদনা কাৰ্যত ভাগ ল'ব' পাৰে Nayanjyoti sarma (talk) 15:53, 2 ফেব্ৰুৱাৰী 2013 (UTC)

ইংৰাজীৰপৰা অণুবাদ কৰা দিঘলীয়া প্ৰৱন্ধবিলাক কৰি থাকোঁতে যিখিনি অনুবাদ কৰিবলৈ বাকী থকা ইংৰাজীখিনি সম্পাদনা পৃষ্ঠাত কমেণ্ট আকাৰে থৈ দিব পাৰে, লগতে ওপৰত {অনুবাদ}} টেগখন লগাই থৈ দিব। তেতিয়া প্ৰৱন্ধ-পৃষ্ঠাত ইংৰাজী ওলাই নাথাকে। প্ৰৱন্ধ এটাৰ আধাখিনিয়েই ইংৰাজী হৈ থাকিলে বেয়া দেখায়। কেতিয়াবা এনেকৈ প্ৰৱন্ধ একোটাৰ বেছিভাগ অংশই ইংৰাজী হৈ ৰৈ যায়। যিখিনিৰ অনুবাদ শেষ হ'ল, সেইখিনিৰপৰা কমেণ্টটো গুচাই দিলেই ওলাই পৰিব। এই চিন দুটাৰ মাজত ইংৰাজীখিনি সমুৱাই থ'লেই হ'ল। উদ্দীপতালুকদাৰ (talk) 16:34, 2 ফেব্ৰুৱাৰী 2013 (UTC)