বাৰ্তা:ৱাজিদ খান (শিল্পী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

শিৰোনাম ৱাজিদ খান (ভাস্কৰ্য শিল্পী)ৰ পৰা ৱাজিদ খান (শিল্পী) কৰিলে ভাল। শিল্পীজন কেইবাটাও শিল্পবিদ্যাৰ লগত জড়িত লগতে ইংৰাজীতো তেনেকৈ আছে। তেওঁ মূলতঃ ভিন ভিন মাধ্যমৰ চিত্ৰশিল্পৰ বাবেহে বিখ্যাত। ভাস্কৰ হিচাপে ইমান জনপ্ৰিয় নহয়।- অজয়  আহক আলোচনা কৰোঁ 12:03, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

 কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 16:33, 1 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]