বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
অৱয়ব
| বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ | |
|---|---|
| স্থাপিত | ১৯৯৫ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | ড° আৰ. এন. সিং |
| স্থান | কোকৰাঝাৰ, অসম, ভাৰত |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (ইংৰাজী: Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1]
বিভাগ
[সম্পাদনা কৰক]বিজ্ঞান
[সম্পাদনা কৰক]- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- পদাৰ্থ বিজ্ঞান
- গণিত
- কম্পিউটাৰ বিজ্ঞান
- বি পি টি (B.P.T)
- আই টি (I.T)