বিমল মজুমদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিমল মজুমদাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী
বিষয় সমালোচনা সাহিত্য

বিমল মজুমদাৰ একাধাৰে লেখক, সম্পাদক, ঔপন্যাসিক, অধ্যাপক৷[1] তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ [2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৬৪ চনৰ ১ জানুৱাৰী তাৰিখে৷ পিতৃৰ নাম খগেন মজুমদাৰ আৰু মাতৃৰ নাম সাবিত্ৰী মজুমদাৰ৷

শিক্ষা[সম্পাদনা কৰক]

  • প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে ভালুকঘাটা প্ৰাথিমক বিদ্যালয়ত
  • মজলীয়া শিক্ষা গ্ৰহণ কৰে ভালুকঘাটা মজলীয়া বিদ্যালয়ত
  • হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰে বকো হাইস্কুলৰপৰা৷ ১৯৮৩ চনত প্ৰেৱিশকা পৰীক্ষাত উত্তীৰ্ণ৷
  • প্ৰাক্ বিশ্বিবদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে আৰ্য মহাবিদ্যালয়ৰপৰা,১৯৮৫
  • স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰ্য মহাবিদ্যালয়ৰপৰা,১৯৮৮
  • স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা, ১৯৯১
  • পিএইচডি ডিগ্ৰী গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা, ১৯৯৭[3]

চাকৰি জীৱন[সম্পাদনা কৰক]

  • ১৯৯১ চনৰপৰা ১৯৯৩ চনলৈকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, মিৰ্জাত সহকাৰী অধ্যাপক হিচাপে চাকৰি জীৱনৰ আৰম্ভ৷
  • ১৯৯৩ চনৰপৰা ২০০৮ চনলৈকে নলবাৰী কলেজত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ৷
  • ২০০৮ চনৰপৰা বৰ্তমানলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে কৰ্মৰত৷[4]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

প্ৰবন্ধমূলক গ্ৰন্থ[সম্পাদনা কৰক]

  • অসমীয়া কবিতাৰ বিচাৰ, ১৯৯৮
  • ভক্তি সাহিত্য, ১৯৯৯
  • পুৰাণৰ পৰিচয়, ২০০২
  • জনজাতি আৰু গাৰো জনজাতি, ২০০৮
  • সাহিত্যৰ তত্ত্ব আৰু প্ৰয়োগ, ২০১১
  • Descriptive Bibliography of Sankardeva Studies,২০১৪

8সাহিত্য তত্ত্ব আৰু সমীক্ষা, ২০১৬

  • শঙ্কৰদেৱ চৰ্চা, ২০১৬
  • অসমীয়া সাহত্যত নদী, ২০১৬

উপন্যাস[সম্পাদনা কৰক]

  • কৃষ্ণচূড়াৰ লিহিৰী পাত, ২০২১

সম্পাদনা[সম্পাদনা কৰক]

  • জাতীয় সংহতিলৈ শঙ্কৰদেৱৰ অৱদান, ২০১৬
  • পৰিশীলন, ২০১৯
  • Language Literature and Culture of North East India (Jointly), ২০১৭
  • শ্ৰীশ্ৰী চণ্ডী, ২০১৯
  • অসমীয়া লোক সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), ২০২১

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 'প্ৰতিদিন কাকত' দৈনিক কাকতৰ গ্ৰন্থ সমালোচনা -নীহাৰিকা গোস্বামীৰ দ্বাৰা, ২৪ জানুৱাৰী,২০২২
  2. "আৰ্কাইভ কপি". Archived from the original on 2022-01-31. https://web.archive.org/web/20220131165956/https://gauhati.ac.in/member/bimal-mazumdar?aid=Mg==&did=Mg==। আহৰণ কৰা হৈছে: 2022-01-31. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2022-01-31. https://web.archive.org/web/20220131165956/https://gauhati.ac.in/member/bimal-mazumdar?aid=Mg==&did=Mg==। আহৰণ কৰা হৈছে: 2022-01-31. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2022-01-31. https://web.archive.org/web/20220131165956/https://gauhati.ac.in/member/bimal-mazumdar?aid=Mg==&did=Mg==। আহৰণ কৰা হৈছে: 2022-01-31.