বিশাল কৃষ্ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিশাল
জন্ম বিশাল কৃষ্ণ ৰেড্ডি
আগষ্ট ২৯ , ১৯৭৭
চেন্নাই, তামিল নাডু, ভাৰত
ৰাষ্ট্ৰীয়তা India
শিক্ষানুষ্ঠান Loyola College, Chennai
পেচা চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমানলৈ

বিশাল কৃষ্ণ ৰেড্ডি (তেলেগু: విశాల్ కృష్ణుడు రెడ్డి, তামিল: விஷால்) (জন্ম আগষ্ট ২৯, ১৯৭৭) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। বিশাল কৃষ্ণ ৰেড্ডি আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৭৭ চনৰ ২৯ আগষ্টত তামিল নাডুৰ চেন্নাইত৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]