মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"Mishing language" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
 
পৃষ্ঠা মিচিং ভাষালগতে চাওকতথ্য সংগ্ৰহবাহ্যিক সংযোগৰ পৰা মিচিং ভাষালৈ IKHazarikaয়ে স্থানান্তৰ ক...
(কোনো পাৰ্থক্য নাই)

09:07, 28 April 2016ৰ সংস্কৰণ

মিচিং  বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।