ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
330 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
{{Stub}}
[[File:Unicode logo.svg|thumb|right|180px|২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো]]
'''ইউনিক’ড''' ({{Lang-en|Unicode}}) হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]] । ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰেকৰে। ২০১৯ শেহতীয়াকৈচনৰ ইউনিক’ডেমে' মাহৰ তথ্য অনুসৰি শেহতীয়া ইউনিক’ডৰ সংস্কৰণে বিশ্বৰ ৯৩১৫০ টা [[লিপি]]ৰ ১,০৭৩৭,০০০৯৯৪ টা চিহ্নক সামৰি লৈছে ।লৈছে।
 
কম্পিউটাৰত প্ৰধানত:প্ৰধানতঃ [[সংখ্যা]]ৰ ব্যৱহাৰ হয় ।হয়। ই আখৰ বা অন্য চিনক এটা এটা একক সংখ্যাৰে বুজাই সাঁচি থয় ।থয়। ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল ।আছিল। কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- [[ইউৰোপ]]ৰ সকলো [[ভাষা]]ক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয় ।হয়। কেৱল [[ইংৰাজী]]ৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ, ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল ।নাছিল। ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল , যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে ।পাৰে। গতিকে এটা কম্পিউটাৰত বা [[চাৰ্ভাৰ]]ত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে ।থাকে।
ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে ।কৰিছে। ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে ।কৰে। Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে ।লৈছে। এতিয়া প্ৰায় সকলোবোৰ [[অপাৰেটিং চিষ্টেম]] আৰু [[ৱেব ব্ৰাউজাৰ]]ত ইউনিক’ড উপলব্ধ ।উপলব্ধ। ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে ।আনিছে।
 
==লগতে চাওক==
* [[ইউনিক'ডত অসমীয়া-বাংলা লিপি]]
 
==বাহ্যিক সংযোগ==
#* {{Official website|http://www.unicode.org/}}
#* সাহিত্য ডট অৰ্গত [http://www.xahitya.org/%E0%A6%87-%E0%A6%9C%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%AF%E0%A7%81%E0%A6%97/ ইউনিক’ড কি?]
<!-- # http://kuhipat.org/index.php?option=com_content&view=article&id=46%3A2011-07-12-15-59-07&catid=45%3A2011-07-09-08-55-17&Itemid=54&lang=as Dead link-->
 
 
[[Category:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:ইউনিক'ড|*]]
25,725

টা সম্পাদনা

সা-সঁজুলি