'''বছৰ''' বুলি ক’লে সাধাৰণতে [[সূৰ্য|সূৰ্যৰ]] কক্ষপথত [[পৃথিৱী|পৃথিৱীয়ে]] প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই [[সময়]] ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ [[দিন|দিনৰ]] পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।

সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও [[ইংৰাজী]] ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়।
সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও [[ইংৰাজী]] ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়।
04:14, 5 June 2020ৰ সংস্কৰণ
এই সময় সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।
বছৰ বুলি ক’লে সাধাৰণতে সূৰ্যৰ কক্ষপথত পৃথিৱীয়ে প্ৰদক্ষিণ কৰা নিৰ্দিষ্ট সময়কে বুজোৱা হয়। বিভিন্ন সূত্ৰত মতে এই সময় ৩৬৫.২৪ আৰু ৩৬৫.২৬ মাজত সীমাবদ্ধ। অতি সাধাৰণ ভাৱে ক’লে ৩৬৫ দিনৰ পৃথিৱীৰ এই পৰিভ্ৰমণ কালকেই এটা বছৰ বোলা হয়।
সময়ৰ মাপ বুজাবলৈ এতিয়ালৈকে আন্তৰাষ্ট্ৰীয় ভাৱে কোনো নিৰ্দিষ্ট চিহ্ন বা প্ৰতীক নাই যদিও ইংৰাজী ভাষাত "y" বা "Yr" চিহ্ন ব্যৱহাৰ কৰা দেখা যায়।