বাপ্পী লাহিড়ী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
27 নং শাৰী: 27 নং শাৰী:


'''আলোকেশ লাহিড়ী''' ({{lang-en|Alokesh Lahiri}}) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)<ref>{{Cite web |date=16 February 2022 |title=Veteran singer-composer Bappi Lahiri dies in Mumbai at 69 |url=https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html |access-date=16 February 2022 |website=Hindustan Times |language=en}}</ref> এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। <ref>{{Cite web|title=Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69|url=https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846|access-date=2022-02-16|website=NDTV.com}}</ref> তেওঁ '''বাপ্পী লাহিড়ী''' নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ''ৱাৰদাত'', ''ডিস্কো ডান্সাৰ'', ''নমক হালাল'', ''শৰাবী'', ''নয়া কদম'', ''মাষ্টাৰজী'', ''বেৱাফাই'', ''মকছদ'', ''ছুৰাগ'', ''ইনচাফ ম্যে কৰুঙ্গা'', ''ডান্স ডান্স'', ''কমাণ্ডো'', ''চাহেব'', ''গেং লীডাৰ'', ''ছাইলাব''ৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/ |title=Lok Sabha Results: Top 30 Losers |work=The Indian Express |date=10 May 2010 |access-date=17 December 2015}}</ref> ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।<ref>{{cite web|url=https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16|title=Bappi Lahiri passes away at 69 in Mumbai Hospital|website=BussinessToday.in|date=2022-02-16|access-date=2022-02-16}}</ref>
'''আলোকেশ লাহিড়ী''' ({{lang-en|Alokesh Lahiri}}) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)<ref>{{Cite web |date=16 February 2022 |title=Veteran singer-composer Bappi Lahiri dies in Mumbai at 69 |url=https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html |access-date=16 February 2022 |website=Hindustan Times |language=en}}</ref> এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। <ref>{{Cite web|title=Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69|url=https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846|access-date=2022-02-16|website=NDTV.com}}</ref> তেওঁ '''বাপ্পী লাহিড়ী''' নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ''ৱাৰদাত'', ''ডিস্কো ডান্সাৰ'', ''নমক হালাল'', ''শৰাবী'', ''নয়া কদম'', ''মাষ্টাৰজী'', ''বেৱাফাই'', ''মকছদ'', ''ছুৰাগ'', ''ইনচাফ ম্যে কৰুঙ্গা'', ''ডান্স ডান্স'', ''কমাণ্ডো'', ''চাহেব'', ''গেং লীডাৰ'', ''ছাইলাব''ৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।<ref>{{cite web|url=http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/ |title=Lok Sabha Results: Top 30 Losers |work=The Indian Express |date=10 May 2010 |access-date=17 December 2015}}</ref> ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।<ref>{{cite web|url=https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16|title=Bappi Lahiri passes away at 69 in Mumbai Hospital|website=BussinessToday.in|date=2022-02-16|access-date=2022-02-16}}</ref>
==প্ৰাৰম্ভিক জীৱন==
আলোকেশ অপৰেশ লাহিৰীৰ জন্ম হৈছিল [[কলিকতা]]ৰ এটা বঙালী [[ব্ৰাহ্মণ]] পৰিয়ালত।<ref>{{cite web|url=https://timesofindia.indiatimes.com/i-am-bappi-lahiri/articleshow/2808729.cms|title = I AM: Bappi Lahiri – Times of India|website = [[The Times of India]]}}</ref><ref>{{cite web|url=https://www.telegraphindia.com/entertainment/goldfinger/cid/616105|title=Goldfinger|website=www.telegraphindia.com}}</ref>তেওঁৰ পিতৃ-মাতৃ অপৰেশ লাহিৰী আৰু বনসুৰি লাহিৰী দুয়োজনেই আছিল [[বাংলা গায়ক]] আৰু [[শাস্ত্ৰীয় সংগীত]] আৰু শ্যামা সংগীতৰ [[সংগীতজ্ঞ]] , যি পূব বংগ (বৰ্তমান বাংলাদেশ)ৰ চিৰাজগঞ্জৰ লাহিৰী মোহন পৰিয়ালৰ অন্তৰ্গত। তেওঁৰ পিতৃ-মাতৃ, দুয়োজনেই গায়ক আছিল যিয়ে [[অল ইণ্ডিয়া ৰেডিঅ']]ৰ বাবে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত লগ পাইছিল।<ref name=":6">{{Cite news|last=Traub|first=Alex|date=2022-02-25|title=Bappi Lahiri, India’s ‘Disco King,’ Dies at 69|language=en-US|work=The New York Times|url=https://www.nytimes.com/2022/02/25/world/asia/bappi-lahiri-dead.html|access-date=2022-02-26|issn=0362-4331}}</ref>আলোকেশ আছিল তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ আত্মীয়ৰ ভিতৰত আছে গায়ক কিশোৰ কুমাৰ, তেওঁৰ মোমায়েক।<ref>{{cite news|last1=Saxena|first1=Manjari|title=Bappi Lahiri: the golden era of music has ended|url=http://gulfnews.com/life-style/celebrity/desi-news/bollywood/bappi-lahiri-the-golden-era-of-music-has-ended-1.1360680|access-date=30 July 2015|work=Gulf News|date=17 July 2014}}</ref>

বাপ্পীয়ে ৩ বছৰ বয়সতে [[তবলা]] বজাবলৈ আৰম্ভ কৰে।প্ৰথম অৱস্থাত তেওঁক পিতৃ-মাতৃয়ে প্ৰশিক্ষণ দিয়ে।<ref>{{cite news|url=https://www.indiatoday.in/movies/celebrities/story/bappi-lahiri-aka-alokesh-lahiri-began-his-musical-career-at-3-story-of-the-child-prodigy-1913629-2022-02-16|title=Bappi Lahiri aka Alokesh Lahiri began his musical career at 3: Story of the child prodigy|publisher=India Today|date=16 February 2022}}</ref> বাপ্পীয়ে শিশু অৱস্থাত তবলা বজাই প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু লতা মংগেশকাৰৰ পৰামৰ্শ মতে সমতা প্ৰসাদৰ ওচৰত শিক্ষা লৈছিল।<ref name=":6" />

শৈশৱৰ পৰাই তেওঁ আমেৰিকান সংগীতজ্ঞ [[এলভিছ প্ৰেছলী]]ক মূৰ্তি হিচাপে গঢ়ি তুলিছিল আৰু তেওঁৰ পৰা একাধিক সোণৰ শিকলি আৰু সোণৰ গহনা পিন্ধিবলৈ অনুপ্ৰাণিত হৈছিল।<ref>{{cite news|url=https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/bappi-lahiris-unpublished-interview-rd-burman-wondered-kahan-se-aa-gaya-ye-toofan-etimes-exclusive/articleshow/89622175.cms|title=Bappi Lahiri's UNPUBLISHED INTERVIEW|publisher=Times of India|accessdate=16 February 2022}}</ref> তেওঁ সফল হ'লে নিজৰ স্বাক্ষৰযুক্ত ৰূপ সৃষ্টি কৰাৰ কথা ভাবিছিল, আৰু পিছলৈ সফল হোৱাৰ লগে লগে তেওঁ প্ৰেছলীৰ ৰূপটোৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ স্বাক্ষৰযুক্ত "সোণালী গহনা" সৃষ্টি কৰিছিল। তেওঁ সোণক তেওঁৰ বাবে "ভাগ্যৱান" বুলি গণ্য কৰে।
==মৃত্যু==
বাপ্পী লাহিড়ী অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াত আক্ৰান্ত হৈ ২০২২ চনৰ ১৫ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত মৃত্যুমুখত পৰে ।<ref>{{Cite news|date=2022-02-16|title=Bappi Lahiri passes away: Disco King of Bollywood dies at 69|url=https://indianexpress.com/article/entertainment/music/bappi-lahiri-dead-7775935/|access-date=2022-02-16|work=The Indian Express|language=en}}</ref>
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,<ref>{{cite web|url=https://indianexpress.com/article/entertainment/music/pm-narendra-modi-leads-india-in-paying-tribute-to-bappi-lahiri-7776160/|title=PM Narendra Modi leads India in paying tribute to Bappi Lahiri|date=16 February 2022}}</ref> কেবিনেট মন্ত্ৰী [[স্মৃতি ইৰাণী]], [[পশ্চিমবংগ]]ৰ মুখ্যমন্ত্ৰী [[মমতা বেনাৰ্জী]]<ref>{{cite web|url=https://economictimes.indiatimes.com/magazines/panache/tributes-pour-in-for-bappi-lahiri-producer-ashoke-pandit-shocked-to-hear-about-rockstar-neighbours-death-tripura-cm-thanks-him-for-introducing-disco-to-india/articleshow/89605429.cms|title=In memoriam: PM Modi, Mamata, Smriti Irani mourn Bappi Lahiri's demise, Sachin-Bhajji remember playing his songs in Team India dressing room|via=The Economic Times}}</ref> কে ধৰি ৰাজনীতিবিদসকলে লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰে। [[অক্ষয় কুমাৰ]], [[অজয় দেৱগন]], চিৰঞ্জীৱী , কে.এছ.চিত্ৰা , [[শ্ৰেয়া ঘোষাল]], বিশাল দাদলানী, হিমেশ ৰেশমীয়া আদিয়েও শোক প্ৰকাশ কৰে।<ref>{{cite web|url=https://economictimes.indiatimes.com/magazines/panache/end-of-an-era-b-town-celebs-mourns-akshay-kumar-said-bappi-lahiri-made-millions-dance-ajay-devgn-says-he-had-an-endearing-personality/articleshow/89608052.cms|title='End of an era': B-town celebs mourn, Akshay Kumar says Bappi Lahiri made millions dance; Ajay Devgn remembers his 'endearing' persona|via=The Economic Times}}</ref><ref>{{cite web|url=https://zeenews.india.com/people/rip-bappi-lahiri-another-legend-gone-akshay-kumar-chiranjeevi-and-other-celebs-deeply-saddened-by-disco-kings-death-2437043.html|title=RIP Bappi Lahiri, another legend gone: Akshay Kumar, Chiranjeevi [K.S.Chithra] and other celebs deeply saddened by Disco King's death|date=16 February 2022|website=Zee News}}</ref>


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

14:19, 13 May 2022 অনুযায়ী বৰ্তমান সংস্কৰণ

বাপ্পী লাহিড়ী

২০১৭ চনত বাপ্পী লাহিড়ী
প্ৰাথমিক তথ্য
জন্মৰ নাম আলোকেশ লাহিড়ী
জন্ম ২৭ নৱেম্বৰ, ১৯৫২ (৭১ বছৰ)
জলপাইগুড়ি, পশ্চিম বংগ
মূল উত্তৰ বংগ
মৃত্যু ১৬ ফেব্ৰুৱাৰী ২০২২
পেচা
  • গায়ক,
  • সুৰকাৰ,
  • ৰাজনীতিবিদ
  • অভিনেতা
  • ৰেকৰ্ড প্ৰযোজক
বাদ্যযন্ত্ৰ কণ্ঠ, তবলা, পিয়ানো, ড্ৰাম, গীটাৰ
কাৰ্যকাল ১৯৭২-২০২২
ৱেবছাইট bappilahiri.com


আলোকেশ লাহিড়ী (ইংৰাজী: Alokesh Lahiri) (জন্ম ২৭ নৱেম্বৰ ১৯৫২ - ১৬ ফেব্ৰুৱাৰী ২০২২)[1] এজন ভাৰতীয় গায়ক, সুৰকাৰ, ৰাজনীতিবিদ আৰু ৰেকৰ্ড প্ৰযোজক আছিল। [2] তেওঁ বাপ্পী লাহিড়ী নামেৰে জনাজাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰত সমন্বিত ডিস্কো সংগীতক জনপ্ৰিয় কৰি তুলিছিল আৰু নিজৰ কিছুসংখ্যক সৃষ্টিত কণ্ঠদান কৰিছিল। তেওঁ বাংলা ভাষাত অমৰসঙ্গী, আশা ও ভালোবাসা, আমাৰ তুমি, অমৰ প্ৰেম, মন্দিৰা, বদনাম, ৰক্তেলেখা, প্ৰিয়া আদিৰ দৰে বক্স অফিচত সফলতা পোৱা চলচ্চিত্ৰৰ সংগীত নিৰ্মাণ কৰিছিল। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ ৱাৰদাত, ডিস্কো ডান্সাৰ, নমক হালাল, শৰাবী, নয়া কদম, মাষ্টাৰজী, বেৱাফাই, মকছদ, ছুৰাগ, ইনচাফ ম্যে কৰুঙ্গা, ডান্স ডান্স, কমাণ্ডো, চাহেব, গেং লীডাৰ, ছাইলাবৰ দৰে চলচ্চিত্ৰৰ চাউণ্ডট্ৰেকৰ বাবে জনপ্ৰিয় আছিল। লাহিড়ীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰে। তেওঁক ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ শ্ৰীৰামপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিপ্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। এই নিৰ্বাচনত তেওঁ‌ পৰাজিত হয়।[3] ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আলোকেশ অপৰেশ লাহিৰীৰ জন্ম হৈছিল কলিকতাৰ এটা বঙালী ব্ৰাহ্মণ পৰিয়ালত।[5][6]তেওঁৰ পিতৃ-মাতৃ অপৰেশ লাহিৰী আৰু বনসুৰি লাহিৰী দুয়োজনেই আছিল বাংলা গায়ক আৰু শাস্ত্ৰীয় সংগীত আৰু শ্যামা সংগীতৰ সংগীতজ্ঞ , যি পূব বংগ (বৰ্তমান বাংলাদেশ)ৰ চিৰাজগঞ্জৰ লাহিৰী মোহন পৰিয়ালৰ অন্তৰ্গত। তেওঁৰ পিতৃ-মাতৃ, দুয়োজনেই গায়ক আছিল যিয়ে অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত লগ পাইছিল।[7]আলোকেশ আছিল তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ আত্মীয়ৰ ভিতৰত আছে গায়ক কিশোৰ কুমাৰ, তেওঁৰ মোমায়েক।[8]

বাপ্পীয়ে ৩ বছৰ বয়সতে তবলা বজাবলৈ আৰম্ভ কৰে।প্ৰথম অৱস্থাত তেওঁক পিতৃ-মাতৃয়ে প্ৰশিক্ষণ দিয়ে।[9] বাপ্পীয়ে শিশু অৱস্থাত তবলা বজাই প্ৰতিভা প্ৰদৰ্শন কৰিছিল আৰু লতা মংগেশকাৰৰ পৰামৰ্শ মতে সমতা প্ৰসাদৰ ওচৰত শিক্ষা লৈছিল।[7]

শৈশৱৰ পৰাই তেওঁ আমেৰিকান সংগীতজ্ঞ এলভিছ প্ৰেছলীক মূৰ্তি হিচাপে গঢ়ি তুলিছিল আৰু তেওঁৰ পৰা একাধিক সোণৰ শিকলি আৰু সোণৰ গহনা পিন্ধিবলৈ অনুপ্ৰাণিত হৈছিল।[10] তেওঁ সফল হ'লে নিজৰ স্বাক্ষৰযুক্ত ৰূপ সৃষ্টি কৰাৰ কথা ভাবিছিল, আৰু পিছলৈ সফল হোৱাৰ লগে লগে তেওঁ প্ৰেছলীৰ ৰূপটোৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ স্বাক্ষৰযুক্ত "সোণালী গহনা" সৃষ্টি কৰিছিল। তেওঁ সোণক তেওঁৰ বাবে "ভাগ্যৱান" বুলি গণ্য কৰে।

মৃত্যু[সম্পাদনা কৰক]

বাপ্পী লাহিড়ী অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াত আক্ৰান্ত হৈ ২০২২ চনৰ ১৫ ফেব্ৰুৱাৰীত ৬৯ বছৰ বয়সত মৃত্যুমুখত পৰে ।[11] প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,[12] কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী[13] কে ধৰি ৰাজনীতিবিদসকলে লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰে। অক্ষয় কুমাৰ, অজয় দেৱগন, চিৰঞ্জীৱী , কে.এছ.চিত্ৰা , শ্ৰেয়া ঘোষাল, বিশাল দাদলানী, হিমেশ ৰেশমীয়া আদিয়েও শোক প্ৰকাশ কৰে।[14][15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Veteran singer-composer Bappi Lahiri dies in Mumbai at 69" (en ভাষাত). Hindustan Times. 16 February 2022. https://www.hindustantimes.com/entertainment/music/veteran-singer-composer-bappi-lahiri-dies-in-mumbai-at-69-101644977715624.html। আহৰণ কৰা হৈছে: 16 February 2022. 
  2. "Bappi Lahiri, Composer-Singer, Dies In Mumbai Hospital At 69". NDTV.com. https://www.ndtv.com/india-news/bappi-lahiri-music-composer-singer-dies-in-mumbai-hospital-at-69-news-agency-pti-2770846। আহৰণ কৰা হৈছে: 2022-02-16. 
  3. "Lok Sabha Results: Top 30 Losers". The Indian Express. 10 May 2010. http://indianexpress.com/article/india/india-others/top-30-losers-in-lok-sabha-polls/। আহৰণ কৰা হৈছে: 17 December 2015. 
  4. "Bappi Lahiri passes away at 69 in Mumbai Hospital". BussinessToday.in. 2022-02-16. https://www.businesstoday.in/trending/entertainment/story/bappi-lahiri-passes-away-at-69-in-mumbai-hospital-322733-2022-02-16। আহৰণ কৰা হৈছে: 2022-02-16. 
  5. "I AM: Bappi Lahiri – Times of India". The Times of India. https://timesofindia.indiatimes.com/i-am-bappi-lahiri/articleshow/2808729.cms. 
  6. "Goldfinger". www.telegraphindia.com. https://www.telegraphindia.com/entertainment/goldfinger/cid/616105. 
  7. 7.0 7.1 Traub, Alex (2022-02-25). "Bappi Lahiri, India’s ‘Disco King,’ Dies at 69" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2022/02/25/world/asia/bappi-lahiri-dead.html. 
  8. Saxena, Manjari (17 July 2014). "Bappi Lahiri: the golden era of music has ended". Gulf News. http://gulfnews.com/life-style/celebrity/desi-news/bollywood/bappi-lahiri-the-golden-era-of-music-has-ended-1.1360680. 
  9. "Bappi Lahiri aka Alokesh Lahiri began his musical career at 3: Story of the child prodigy". India Today. 16 February 2022. https://www.indiatoday.in/movies/celebrities/story/bappi-lahiri-aka-alokesh-lahiri-began-his-musical-career-at-3-story-of-the-child-prodigy-1913629-2022-02-16. 
  10. "Bappi Lahiri's UNPUBLISHED INTERVIEW". Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/bappi-lahiris-unpublished-interview-rd-burman-wondered-kahan-se-aa-gaya-ye-toofan-etimes-exclusive/articleshow/89622175.cms। আহৰণ কৰা হৈছে: 16 February 2022. 
  11. "Bappi Lahiri passes away: Disco King of Bollywood dies at 69" (en ভাষাত). The Indian Express. 2022-02-16. https://indianexpress.com/article/entertainment/music/bappi-lahiri-dead-7775935/. 
  12. "PM Narendra Modi leads India in paying tribute to Bappi Lahiri". 16 February 2022. https://indianexpress.com/article/entertainment/music/pm-narendra-modi-leads-india-in-paying-tribute-to-bappi-lahiri-7776160/. 
  13. "In memoriam: PM Modi, Mamata, Smriti Irani mourn Bappi Lahiri's demise, Sachin-Bhajji remember playing his songs in Team India dressing room". https://economictimes.indiatimes.com/magazines/panache/tributes-pour-in-for-bappi-lahiri-producer-ashoke-pandit-shocked-to-hear-about-rockstar-neighbours-death-tripura-cm-thanks-him-for-introducing-disco-to-india/articleshow/89605429.cms. 
  14. "'End of an era': B-town celebs mourn, Akshay Kumar says Bappi Lahiri made millions dance; Ajay Devgn remembers his 'endearing' persona". https://economictimes.indiatimes.com/magazines/panache/end-of-an-era-b-town-celebs-mourns-akshay-kumar-said-bappi-lahiri-made-millions-dance-ajay-devgn-says-he-had-an-endearing-personality/articleshow/89608052.cms. 
  15. "RIP Bappi Lahiri, another legend gone: Akshay Kumar, Chiranjeevi [K.S.Chithra and other celebs deeply saddened by Disco King's death"]. Zee News. 16 February 2022. https://zeenews.india.com/people/rip-bappi-lahiri-another-legend-gone-akshay-kumar-chiranjeevi-and-other-celebs-deeply-saddened-by-disco-kings-death-2437043.html.