দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
তথ্যপেৰা |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{Infobox musical artist |
|||
[[চিত্ৰ:Dipali Barthakur.jpg|thumb|right|45Px|দীপালী বৰঠাকুৰ]] |
|||
| name = দীপালী বৰঠাকুৰ |
|||
| image = Dipali Barthakur.jpg |
|||
| alt = |
|||
| caption = |
|||
| image_size = 150px |
|||
| landscape = |
|||
| background =solo_singer |
|||
| birth_name = |
|||
| alias = |
|||
| birth_date = {{birth date and age|1981|01|30}} |
|||
| birth_place = |
|||
| origin = |
|||
| death_date = <!-- {{death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date 1st) --> |
|||
| death_place = |
|||
| genre = |
|||
| occupation = |
|||
| instrument = |
|||
| years_active = ১৯৫৫-১৯৬৯ |
|||
| label = |
|||
| associated_acts = |
|||
| website = <!-- {{URL|example.com}} --> |
|||
| notable_instruments = |
|||
}} |
|||
'''দীপালী বৰঠাকুৰ''' অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>। |

18 নং শাৰী: | 41 নং শাৰী: | ||
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ '[[মটৰ নিউৰণ ৰোগ]]'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art /> |

==তথ্যসূত্ৰ== |
|||
==তথ্য উৎস== |
|||
{{reflist}} |
{{reflist}} |
||
07:28, 18 February 2012ৰ সংস্কৰণ
দীপালী বৰঠাকুৰ | |
---|---|
প্ৰাথমিক তথ্য | |
জন্ম | ৩০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ) |
কাৰ্যকাল | ১৯৫৫-১৯৬৯ |
দীপালী বৰঠাকুৰ অসমৰ এগৰাকী কণ্ঠশিল্পী।১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]।
সাংগীতিক জীৱন
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল 'বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]
দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2], অসম চৰকাৰৰ শিল্পী বঁটা(২০১০)[3], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)[4] লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]।
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ
- সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
- জোনধনে জোনালীতে
- কণমান বৰশীৰে চিপ
- চেনাই মই যাওঁ দেই
- অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
উপসংহাৰ
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ 'মটৰ নিউৰণ ৰোগ'ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় শিল্পীগৰাকী। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।[2]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
- ↑ 2.0 2.1 http://www.artslant.com/ind/events/show/131548-hieroglyphs<>
- ↑ Staff reporter, Silpi Bota conferred on Dipali Barthakur, Archana Mahanta, Assam Tribune, 18 January, 2010 আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
- ↑ http://assam2007.blogspot.in/2008/01/achievers-of-assam-in-2007.html আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২