বৈষ্ণৱ সাহিত্য
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নিজৰ সাহিত্য, কৃষ্টি সংস্কৃতি নিদৰ্শনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পাছৰ ভকত বৈষ্ণৱ (আজি পৰ্যন্ত) সকলে যি ভগৱন্তৰ গুণ গৰিমা গাই উত্তৰাধিকাৰী সকলৰ জ্ঞানৰ অৰ্থে যি নীতি শাস্ত্ৰ লিখি থৈ গৈছে বা যি লিখি আছে , তেনে শাস্ত্ৰ বা পুথি যি সাহিত্যৰ আধাৰত জড়িত হৈ আছে তেনে সাহিত্যক বৈষ্ণৱ সাহিত্য বোলে ।
এই সাহিত্যৰ আৰম্ভণি মহেন্দ্ৰ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ৰামানন্দ ইত্যাদি মহাপুৰুষ সকলৰ পৰা আদি কৰি ৰামকান্ত মুক্তিয়াৰ আতা লৈকে যি সকলে বৈষ্ণৱ ধৰ্মৰ আধাৰত ভক্তিমূলক ভাবে কৰা সকলো ৰচনা বৈষ্ণৱ সাহিত্যৰ অন্তৰ্গত ।
বৈষ্ণৱ সাহিত্যৰ ৰচনাসমূহ :- কীৰ্তন, নৱম, দশম, গুণমালা, ভাগৱত, পুৰাণ, বেদ ইত্যাদি ।