বৰলা কাই (ধাৰাবাহিক)
অৱয়ব
| বৰলা কাই | |
|---|---|
| শৈলী | কমেডি |
| পৰিচালক | কল্যাণজ্যোতি বৰা |
| অভিনয়ত | হিৰণ্য ডেকা পৰাগ শৰ্মা |
| শীৰ্ষ সংগীত | "বৰলা কাই" |
| সমাপ্তি সংগীত | "বৰলা কাই" |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| চিজনৰ সংখ্যা | ১ |
| খণ্ডৰ সংখ্যা | ১৪২৫ হৈছে ১৬ নবেম্বৰ ২০১৯ |
| প্ৰযোজনা | |
| দৈৰ্ঘ্য | ২০ মিনিট |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ৰং |
| প্ৰদৰ্শনৰ সময় | ২০১৫ – বৰ্তমান |
| কালক্ৰম | |
| সংশ্লিষ্ট ধাৰাবাহিক | বেহাৰবাৰী আউটপষ্ট |
বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
অভিনয়ত
[সম্পাদনা কৰক]- হিৰণ্য ডেকা (চুতিয়া ছাৰ আৰু কঠালগুতিয়া)
- পৰাগ শৰ্মা (ভোলা)
- কবিন্দ্ৰ দাস (কেৰপা)