ভাৰতীয় অলিম্পিক সংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় অলিম্পিক সংঘ
ৰাষ্ট্ৰ/অঞ্চল  ভাৰত
ক'ড IND
স্থাপিত ১৯২৭
চিনাক্তকৰণ ১৯২৭
Continental
Association
OCA
মুখ্য কাৰ্যালয় নতুন দিল্লী
সভাপতি নাৰায়ন ৰামচন্দ্ৰণ ৯ ফেব্ৰুৱাৰী ২০১৪ৰ পৰা
সাধাৰণ সম্পাদক ৰাজীৱ মেহতা ৯ ফেব্ৰুৱাৰী ২০১৪ৰ পৰা
ৱেবছাইট olympic.ind.in

ভাৰতীয় অলিম্পিক সংঘ (ইংৰাজী: Indian Olympic Association) হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক গেমছ, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে। এই সংঘই কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ক্ৰীড়াবিদ নিৰ্বাচন কৰা ভাৰতীয় কমনৱেলথ গেমছৰ সংস্থা হিচাপেও কাৰ্য কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "India at the Commonwealth Games". Commonwealth Games Federation. Archived from the original on 16 January 2014. https://web.archive.org/web/20140116072436/http://www.thecgf.com/countries/intro.asp?countryid=28। আহৰণ কৰা হৈছে: 17 November 2012.