সমললৈ যাওক

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of IOC country codesৰ পৰা পুনঃনিৰ্দেশিত)
আন্তৰ্জাতিক অলিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা

আন্তৰ্জাতিক অলিম্পিক কমিটি (ইংৰাজী: International Olympic Committee চমুকৈ IOC) হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমিটি (National Olympic Committee) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।

কিছু সংখক আইঅ’চি সংকেত আদৰ্শ আইঅ’চি ৩১৬৬-১ আলফা-৩ সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে ফিফা, ফিবা বা কমনৱেলথ গেমছ ফেডাৰেছন আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।

১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।[1]পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত জাপানক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত কোৰিয়াৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি চোভিয়েত ইউনিয়নৰ বিভাজন, জাৰ্মানীৰ বিভাজন আৰু একীকৰণ, যুগোশ্লাভিয়াৰ খণ্ডিতকৰণ, ছেক্শ্লা্ভাকিয়াৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো আন্তৰ্জাতিক অলিম্পিক সমিতিৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।[2][3]

বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)

[সম্পাদনা কৰক]

বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (ৰাষ্ট্ৰীয় অলিম্পিক কমিটি) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।

সূচক: A B C D E F G H I J K L M N O P Q R S T U V Y Z
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
AFG আফগানিস্তান
ALB আলবেনিয়া
ALG আলজেৰিয়াAGR (1964), AGL (1968 S)
AND আন্দৰা
ANG আংগলা
ANT নেডাৰলেণ্ডচ এনটাইল্লেচ
ARG আৰ্জেণ্টিনা
ARM আৰ্মেনিয়া
ARU আৰুবা
ASA আমেৰিকান চমোৱা
AUS অষ্ট্ৰেলিয়াAUT (1956 W)
AUT অষ্ট্ৰিয়াAUS (1956 W)
AZE আজেৰবাইজান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
BAH বাহামাছ
BAN বাংলাদেশ
BAR বাৰ্বাড'ছBAD (1964)
BDI বুৰুণ্ডী
BEL বেলজিয়াম
BEN বেনিনDAY (1964), DAH (1968–1976)
BER বাৰ্মুদা
BHU ভূটান
BIH বচনিয়া আৰু হাৰজেগ’ভিনাBSH (1992 S)
BIZ বেলাইজHBR (1968–1972)
BLR বেলাৰুছ
BOL বলিভিয়া
BOT বৎচোৱানা
BRA ব্ৰাজিল
BRN ব্ৰুণেই
BRU ব্ৰুণেই
BUL বুলগেৰিয়া
BUR বাৰ্কিনা ফাছোVOL (1972–1984)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
CAF চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকAFC (1968)
CAM কম্বোডিয়াCAB (1964), KHM (1972–1976)
CAN কানাডা
CAY কেমেন দ্বীপপুঞ্জ
CGO কংগো
CHA চাদCHD (1964)
CHI চিলিCIL (1956 W, 1960 S)
CHN চীন
CIV আইভৰি ক’ষ্টIVC (1964), CML (1968)
CMR কেমেৰুন
COD কংগো গণৰাজ্যCOK (1968), ZAI (1972–1996)
COK কুক দ্বীপসমূহ
COL কলম্বিয়া
COM কম'ৰছ
CPV কেপ ভাৰ্ডে
CRC কষ্টা ৰিকাCOS (1964)
CRO ক্ৰয়েছিয়া
CUB কিউবা
CYP চাইপ্ৰাছ
CZE চেক গণৰাজ্য
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
DEN ডেনমাৰ্কDAN (1960 S, 1968 W), DIN (1968 S)
DJI দীজিবৌটি
DMA ডমিনিকা
DOM ডমিনিকান গণৰাজ্য
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ECU ইকুৱেডৰ
EGY ইজিপ্তRAU (1960, 1968), UAR (1964)
ERI এৰিট্ৰিয়া
ESA এল চালভাড’ৰSAL (1964–1976)
ESP স্পেইনSPA (1956–1964, 1968 W)
EST এষ্ট’নিয়া
ETH ইথিঅ'পিয়াETI (1960, 1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
FIJ ফিজিFIG (1960)
FIN ফিনলেণ্ড
FRA ফ্ৰান্স
FSM মাইক্ৰ’নেছিয়া
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
GAB গেবন
GAM গাম্বিয়া
GBR গ্ৰেট ব্ৰিটেইনGRB (1956 W–1960), GBI (1964)
GBS গুইনিয়া-বিচ্চাও
GEO জৰ্জিয়া
GEQ বিষুৱীয় গিনি
GER জাৰ্মানীALL (1968 W), ALE (1968 S)
GHA ঘানা
GRE গ্ৰীচ
GRN গ্ৰেনেডা
GUA গুৱেটমালাGUT (1964)
GUI গুইনিয়া
GUM গুৱাম
GUY গুৱানাGUA (1960), GUI (1964)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
HAI হাইটি
HKG হংকংHOK (1960–1968)
HON হন্দুৰাছ
HUN হাংগেৰীUNG (1956 W, 1960 S)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
INA ইণ্ডোনেছিয়াINS (1960)
IND ভাৰত
IRI ইৰানIRN (1956–1988), IRA (1968 W)
IRL আয়াৰলেণ্ড
IRQ ইৰাকIRK (1960, 1968)
ISL আইচলেণ্ডICE (1960 W, 1964 S)
ISR ইজৰাইল
ISV ভাৰ্জিন দ্বীপপুঞ্জ
ITA ইটালী
IVB ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
JAM জামাইকা
JOR জৰ্ডান
JPN জাপানGIA (1956 W, 1960 S), JAP (1960 W)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
KAZ কাজাখাস্তান
KEN কেনিয়া
KGZ কিৰগিজস্তান
KIR কিৰিবাছ
KOR দক্ষিণ কোৰিয়াCOR (1956 W, 1960 S, 1968 S, 1972 S)
KSA চৌদি আৰৱARS (1968–1976), SAU (1980–1984)
KUW কুৱেইট
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
LAO লাউচ
LAT লাটভিয়া
LBA লিবিয়াLYA (1964), LBY (1968 W)
LBR লাইবেৰিয়া
LCA ছেইণ্ট লুছিয়া
LES লেছথ’
LIB লেবাননLEB (1960 W, 1964 S)
LIE লাইচটেনষ্টাইনLIC (1956 W, 1964 S, 1968 W)
LTU লিথুৱানিয়াLIT (1992 W)
LUX লাক্সেমবাৰ্গ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
MAD মাদাগাস্কাৰMAG (1964)
MAR মৰক্কোMRC (1964)
MAS মালেয়েছিয়াMAL (1964–1988)
MAW মালাৱী
MDA মলডভাMLD (1994)
MDV মালদ্বীপ
MEX মেক্সিকো
MGL মংগোলিয়াMON (1968 W)
MHL মাৰ্ছাল দ্বীপপুঞ্জ
MKD মেছেদনীয়া
MLI মালি
MLT মালটাMAT (1960–1964)
MNE মণ্টেনেগ্ৰ
MON মনাকো
MOZ মজাম্বিক
MRI মৰিছাছ
MTN মৌৰিতানিয়া
MYA ম্যানমাৰBIR (1960, 1968–1988), BUR (1964)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
NAM নামিবিয়া
NCA নিকাৰাগুৱাNCG (1964), NIC (1968)
NED নেদাৰলেণ্ডOLA (1956 W), NET (1960 W), PBA (1960 S), NLD (1964 S), HOL (1968–1988)
NEP নেপাল
NGR নাইজেৰিয়াNGA (1964)
NIG নাইজাৰNGR (1964)
NOR নৰৱে
NRU নাউৰু
NZL নিউজিলেণ্ডNZE (1960, 1968 W)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
OMA ওমান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
PAK পাকিস্তান
PAN পানামা
PAR পাৰাগুৱে
PER পেৰু
PHI ফিলিপাইনFIL (1960, 1968)
PLE পেলেষ্টাইন
PLW পালাউ
PNG পাপুৱা নিউগিনিNGY (1976–1980), NGU (1984–1988)
POL পোলেণ্ড
POR পৰ্তুগাল
PRK উত্তৰ কোৰিয়াNKO (1964 S, 1968 W), CDN (1968)
PUR পুৱেৰ্ট’ ৰিক’PRI (1960), PRO (1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
QAT কাটাৰ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ROU ৰোমানিয়াROM (1956–1960, 1972–2006), RUM (1964–1968)
RSA দক্ষিণ আফ্ৰিকাSAF (1960–1972)
RUS ৰাছিয়া
RWA ৰুৱাণ্ডা
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
SAM চামোৱা
SEN ছেনেগালSGL (1964)
SEY ছেচেল্লেচ
SIN ছিংগাপুৰ
SKN ছেইণ্ট কিট্টিচ আৰু নেভিচ
SLE ছিয়েৰা লিয়নSLA (1968)
SLO শ্ল’ভেনিয়া
SMR ছান মাৰিণ'SMA (1960–1964)
SOL চল’মন দ্বীপপুঞ্জ
SOM ছোমালিয়া
SRB ছাৰ্বিয়া
SRI শ্ৰীলংকাCEY (1960–1972)
STP চাও টমে আৰু প্ৰিন্সিপে
SUD ছুদান
SUI ছুইজাৰলেণ্ডSVI (1956 W, 1960 S), SWI (1960 W, 1964 S)
SUR ছুৰিনাম
SVK শ্ল'ভাকিয়া
SWE ছুইডেনSVE (1956 W, 1960 S), SUE (1968 S)
SWZ স্বাজিলেণ্ড
SYR ছিৰিয়াRAU (1960), SIR (1968)
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
TAN তাঞ্জানিয়া
TGA টংগাTON (1984)
THA থাইলেণ্ড
TJK তাজিকিস্তান
TKM তুৰ্কমেনিস্তান
TLS টিমুৰ লেষ্টেIOA (Individual Olympic Athletes, 2000)
TOG তগ’
TPE চাইনিজ টাইপেই[4]RCF (1960), TWN (1964–1968), ROC (1972–1976)
TRI ট্ৰিনিদাদ আৰু ট'বেগ'‎TRT (1964–1968)
TUN তুনিছিয়া
TUR তুৰস্ক
TUV টুভালু
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
UAE সংযুক্ত আৰৱ আমিৰাত
UGA উগাণ্ডা
UKR ইউক্ৰেইন
URU উৰুগুৱেURG (1968)
USA আমেৰিকা যুক্তৰাষ্ট্ৰSUA (1960 S), EUA (1968 S)
UZB উজবেকিস্তান
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
VAN ভানুৱাটু
VEN ভেনিজুৱেলা
VIE ভিয়েটনামVET (1964), VNM (1968–1976)
VIN ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
YEM য়েমেন
দেশৰ সংকেত উদ্ধৃতি ৰাষ্ট্ৰ (NOC) অন্যান্য ব্যৱহৃত সংকেত
ZAM জাম্বিয়াNRH (1964)
ZIM জিম্বাৱৱেRHO (1960–1972)

ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলসমূহ

[সম্পাদনা কৰক]

এতিয়ালৈকে ব্যৱহাৰ হৈ থকা ক'ডসমূহ

[সম্পাদনা কৰক]

১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।[5] যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।

Code Nation/Team Other codes used
AHO নেডাৰলেণ্ডচ এনটাইল্লেচ
ANZঅষ্ট্ৰেলেছিয়া
BOH বহেমিয়া
BWIব্ৰিটিছ ৱেষ্ট ইণ্ডিছANT (1960, 1968), WID (1964)
EUAজাৰ্মানী Unified Team of GermanyGER (1956–1964)
EUNআন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Unified Team
FRG পশ্চিম জাৰ্মানীALL (1968 W), ALE (1968 S), GER (1972–1976)
GDR পূব জাৰ্মানীADE (1968)
SCG ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰোYUG (1996 S-2002 W)
TCH চেক’শ্লভাকিয়াCSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S)
URS ছ'ভিয়েট সংঘSOV (1968 W)
YUG য়ুগোশ্লভিয়াJUG (1956–1960, 1968 W), YUS (1964 S)
ZZXআন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি Mixed teams
===Obsolete codes===
সংকেত ৰাষ্ট্ৰ (NOC) বছৰসমূহ Notes
BIR বাৰ্মা১৯৪৮–১৯৮৮বৰ্তমানৰ  ম্যানমাৰ (MYA)
CEY চেলন১৯৪৮–১৯৭২বৰ্তমানৰ  শ্ৰীলংকা (SRI)
DAH দাহ’মে১৯৬৪–১৯৭৬বৰ্তমানৰ  বেনিন (BEN)
HBR ব্ৰিটিছ অন্দুৰাছ১৯৬৮–১৯৭২বৰ্তমানৰ  বেলাইজ (BIZ)
KHMখেমাৰ প্ৰজাতন্ত্ৰ১৯৭২–১৯৭৬বৰ্তমানৰ  কম্বোডিয়া (CAM)
MAL মালায়া১৯৫৬–১৯৬০Competed independently prior to the formation of Malaysia in ১৯৬৩
বৰ্তমানৰ  মালেয়েছিয়া (MAS)
NBO উত্তৰ বোৰ্নিঅ’১৯৫৬
NRH উত্তৰ ৰ’দিছিয়া১৯৬৪বৰ্তমানৰ  জাম্বিয়া (ZAM)
RAU সংযুক্ত আৰৱ গণৰাজ্য১৯৬০বৰ্তমানৰ  ইজিপ্ত (EGY)
and  ছিৰিয়া (SYR)
RHO ৰ’দিছিয়া১৯৬০–১৯৭২বৰ্তমানৰ  জিম্বাৱৱে (ZIM)
ROC চীন প্ৰজাতন্ত্ৰ১৯৩২–১৯৭৬বৰ্তমানৰ competing under the name ' চাইনিজ টাইপেই (TPE)'
SAA চাৰ১৯৫২Competed independently prior to rejoining  পশ্চিম জাৰ্মানী (FRG) in ১৯৫৭.
UAR সংযুক্ত আৰৱ গণৰাজ্য১৯৬৪বৰ্তমানৰ  ইজিপ্ত (EGY)
VOL আপাৰ ভল্টা১৯৭২–১৯৮৪বৰ্তমানৰ  বাৰ্কিনা ফাছো (BUR)
YAR উত্তৰ য়েমেন১৯৮৪–১৯৮৮Competed independently prior to Yemeni unification in ১৯৯০.
বৰ্তমানৰ  য়েমেন (YEM)
YMD দক্ষিণ য়েমেন১৯৮৮
ZAI জাইৰে১৯৭২–১৯৯৬বৰ্তমানৰ  কংগো গণৰাজ্য (COD)
  ব্ৰিটিছ গায়ানা১৯৪৮–১৯৬৪বৰ্তমানৰ  গুৱানা (GUY)
  গল্ড ক'ষ্ট১৯৫২বৰ্তমানৰ  ঘানা (GHA)

IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:

  • ১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে . HOL পৰিবৰ্তিত কৰি NED কৰা হয়।
  • ইৰাণৰ নাম Islamic Republic of Iran' হোৱা বাবে IRN সলাই ইৰাণৰ ক'ড IRI কৰা হয়, ১৯৯২ পিছৰ পৰা।

বিশেষ সংকেতসমূহ

[সম্পাদনা কৰক]
  • ANZ: ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড ANZ আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।[5] to identify the team from Australasia,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।
  • EUA: IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ EUA ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।
  • EUN: ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ EUN ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল বাল্টিক দেশ বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।
  • IOP:ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ যুগোশ্লাভিয়াৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’ (Independent Olympic Participants) হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে IOP ক’ড স্থিৰ কৰা হৈছিল।
  • IOA: ২০০০ চনত ‘টিমৰ লেষ্টে’ (Timor-Leste)ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ ( Individual Olympic Participants) হিচাপে IOA ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই IOA ২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট ( Independent Olympic Athletes), ইয়াত আগৰ নেডাৰলেণ্ড এণ্টিলেচৰ এথলেট সকলৰ লগতে দক্ষিণ চুডানৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।
  • IOC:২০১০ চনৰ এচিয়ান গেমচ কুটেইটৰ এথলেট সকলক বুজাবলৈ IOC ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।
  • ZZX: নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ ZZX ক’ড ব্যৱহাৰ কৰা হয়( যেনে ফ্ৰান্স আৰু ব্ৰিটেইনৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Mallon, Bill; Ove Karlsson (May 2004). "IOC and OCOG Abbreviations for NOCs" (PDF). Journal of Olympic History খণ্ড 12 (2): 25–28. Archived from the original on 2010-08-08. https://web.archive.org/web/20100808013149/http://www.la84foundation.org/SportsLibrary/JOH/JOHv12n2/johv12n2l.pdf আহৰণ কৰা হৈছে: 2008-02-08.
  2. Faroe Islands
  3. Macau, China
  4. Official name given to the Republic of China for Olympic competition
  5. 1 2 "Olympic Medal Winners". International Olympic Committee. http://www.olympic.org/uk/athletes/results/search_r_uk.asp আহৰণ কৰা হৈছে: 2008-02-08.

অন্যান্য সংযোগসমূহ

[সম্পাদনা কৰক]