বিষয়টো জটিল বা সঁচাকৈয়ে দীঘল: এনে ক্ষেত্ৰত কেতিয়াবা অনুবাদৰ কাম বহুত দিন আধৰুৱা হৈয়েই থাকে। কিন্তু ইতিমধ্যে কেইবাজনেও লিখি ইমানখিনি কাম কৰি উলিয়াইছে যে পেলাই দিবলৈ বেয়া লাগে। আচলতে এনে হ'ব নালাগে যদিও প্ৰায়েই হয়গৈ আৰু প্ৰবন্ধটোৰ শেষৰফালে বহুত অনুবাদ প্ৰবন্ধ আপচু দেখা হয়গৈ।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল।
ফিফা (FIFA)ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত (country code বা trigramme / trigram)থাকে| These are the official codes used by FIFA and its continental confederations (AFC, CAF, CONCACAF, CONMEBOL, OFC and UEFA) as name abbreviations of countries and dependent areas, in official competitions. The FIFA designations are also sometimes used outside of association football in other sports[উদ্ধৃতিৰ প্ৰয়োজন], e.g. snooker.
The following codes refer to countries or dependent areas that are currently not affiliated with FIFA, but whose codes either appear in the FIFA results database, or are used regularly by confederation websites.
The following codes refer to countries or dependent areas that are currently not affiliated with FIFA. Even though they are members or associate members of their regional confederations, these codes are not regularly used in communications of FIFA.