টাইৱান
টাইৱান চীন প্ৰজাতন্ত্ৰ 中華民國 Zhōnghuá Mínguó | |
|---|---|
| Anthem: 《中華民國國歌》 চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় সংগীত 《中華民國國旗歌》 ৰাষ্ট্ৰীয় পতাকা সংগীত | |
চীন প্ৰজাতন্ত্ৰ আৰু বৰ্তমান তাৰ নিয়ন্ত্ৰণাধীন অঞ্চলৰ(ৰঙা) অৱস্থান | |
| ৰাজধানী | টাইপেই[1] |
| Largest city | নিউ টাইপেই চিটি |
| Official languages | পাৰম্পৰিক চীনা,
হক্কেইন, তাইৱানীচ হাক্কা, ফৰমছান ভাষা, তাইৱান ছাইন ভাষা, মাৎসু |
| Ethnic groups |
|
| Demonym | টাইৱানীছ |
| Government | একক অৰ্ধ ৰাষ্ট্ৰপতিশাসিত সাংবিধানিক গণতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
ছাই ইং ৱেন |
• উপ ৰাষ্ট্ৰপতি |
লাই ছিং তে |
• প্ৰিমীয়াৰ |
ছু চেং চাং |
• উপ প্ৰিমীয়াৰ |
ছেন চি মাই |
| Legislature | বিধান সভা য়ান |
| স্থাপিত জিনহাই বিপ্লৱ | |
• গণতন্ত্ৰ স্থাপন |
১ জানুৱাৰী১৯১২ |
• তাইৱানৰ স্থানান্তৰ |
২৫ অক্টোবৰ১৯৪৫ |
• সংবিধান গ্ৰহণ |
২৫ ডিচেম্বৰ ১৯৪৭ |
• টাইপেইলৈ চৰকাৰৰ স্থানান্তৰ |
৭ডিচেম্বৰ ১৯৪৯ |
• আইনৰ জৰিয়তে স্বীকৃতি |
16 জুলাই ১৯৯২ |
| Area | |
• Total | {{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" |36193[4]|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|36193[4]}} বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ বৰ্গ মাইল) (১৩৬ তম) |
• Water (%) | ১০.৩৪ |
| Population | |
• ২০১৩ estimate | ২৩,৩৪০,১৩৬ পুৰুষ : ১১,৬৭৮,১৫১ মহিলা :১১,৬৬১,৯৮৫[4] (৫০তম) |
• Density | 644 /কিমি২ (1,668.0 /বৰ্গ মাইল) (১৭তম) |
| GDP (PPP) | ২০১৩ estimate |
• Total | $৯২৬.৪৪১ বিলিয়ন[5] (২০তম) |
• Per capita | $৩৯,৫৮০[5] (১৭ তম) |
| GDP (nominal) | ২০১৩ estimate |
• Total | $৪৮৪.৬৮২ বিলিয়ন[5] (২৫ তম) |
• Per capita | $২০,৭০৬[5] (৩৯তম) |
| Gini (২০১০) | ৩৪.২[6] Error: Invalid Gini value |
| HDI (২০১২) | Error: Invalid HDI value (২৩ তম) |
| Currency | নিউ টাইৱান ডলাৰ (NT$) (TWD) |
| Time zone | UTC+৮ (ৰাষ্ট্ৰীয় মান সময়) |
| Date format |
|
| Calling code | ৮৮৬ |
| Internet TLD |
|
টাইৱান (ইংৰাজী: Taiwan), চৰকাৰীভাবে চীন প্ৰজাতন্ত্ৰ (ইংৰাজী: Republic of China (ROC)), পূব এছিয়াৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই টাইৱান প্ৰণালীৰ পূবত চীনা মূল ভূখণ্ডৰ দক্ষিণ-পূবা উপকূলত অৱস্থিত। টাইৱান ইউৰেছিয়া ফলক প্ৰণালীৰ দ্বাৰা গঠিত আৰু ফিলিপাইনৰ দক্ষিণত অৱস্থিত। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দ্বীপপুঞ্জসমূহ চীন প্ৰজাতন্ত্ৰৰ অধীন হয়। সাধাৰণতে চীন প্ৰজাতন্ত্ৰৰ শাসিত অঞ্চলক বুজাবলৈ "টাইৱান" ব্যৱহৃত হয়। চীন প্ৰজাতন্ত্ৰ প্ৰশান্ত মহাসাগৰৰ টাইৱান দ্বীপ, অৰ্কিড আইলেণ্ড, গ্ৰীণ আইলেণ্ড শাসন কৰে। তদুপৰি পেছকাডৰেছ (পৰ্তুগীজ ভাষা: Pescadores অৰ্থাৎ "মৎস্যজীৱী বা মাছমৰিয়া"), কিনমেন, ফুচিয়েন তিৰৱৰ্তী মাৎসু আইলেণ্ড প্ৰভৃতি দ্বীপো শাসন কৰে। টাইৱান আৰু ফেংহু দ্বীপপুঞ্জ সমূহ (টাইপেই আৰু কাওছিউং পৌৰসভা বাদ দি) চীন প্ৰজাতন্ত্ৰৰ টাইৱান প্ৰদেশ হিচাপে প্ৰশাসিত হয়।
টাইৱান দ্বীপৰ মূল ভূখণ্ড ফুৰমোজা (পৰ্তুগীজ ভাষা: Ilha Formosa]] অৰ্থাৎসুন্দৰী দ্বীপ) নামেও পৰিচিত। ই পূব এছিয়াৰ চীনা মূল-ভূখণ্ড তিৰৱৰ্তী অঞ্চল আৰু জাপানৰ মূল- ভূখণ্ডৰ দক্ষিণ-পশ্চিমত অৱস্থিত। জাপানৰ ৰিউকিউ দ্বীপপুঞ্জৰ ঠিক পশ্চিমেই টাইৱান দ্বীপ অৱস্থিত। ইয়াৰ পূবত প্ৰশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ চীন সাগৰ আৰু লুজন প্ৰণালী, পশ্চিমে টাইৱান প্ৰণালী আৰু পূবে পূব চীন সাগৰ অৱস্থিত। টাইৱানৰ দীঘ প্ৰায় কিলোমিটাৰ (২৪৫ মাইল) আৰু প্ৰস্থ প্ৰায় ১৪৪ কিলোমিটাৰ (৮৯ মাইল)। ইয়াত পৰ্বত আৰু ক্ৰান্তীয় অৰণ্য দেখা যায়।
টাইৱানৰ মুঠ জনসংখ্যা প্ৰায় ২ কোটি ৩০ লাখ। তাৰে ভিতৰত হক্কেইন সম্প্ৰদায়ৰ লোক সৰ্বাধিক। আন আন অধিবাসী সমূহ হ'ল হাক্কা, প্ৰাচীন টাইৱানবাসী, চীনা টাইৱানবাসী,প্ৰবাসী টাইৱানবাসী ইত্যাদি। প্ৰধান ভাষা হ'ল মেণ্ডেৰীন আৰু টাইৱানী (মিননান উপভাষা), হাক্কা উপভাষা ইত্যাদি প্ৰধান উপভাষা। উচ্চপ্ৰযুক্তি, উষ্ণমণ্ডলীয় কৃষিজাতপণ্য প্ৰভৃতি ৰপ্তানি কৰি টাইৱানে অজস্ৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। নেন'প্ৰযুক্তি, আলোক ইলেক্ট্ৰনিক্স, পৰ্যটন ইত্যাদি শিল্প টাইৱানৰ উন্নয়নত সহায়ক।
ইতিহাস
[সম্পাদনা কৰক]দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীন দেশে জাপানী সকলক প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালত চীনৰ কুওমিনতাং পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিৰ লগত লগ লাগি জাপানৰ আগ্ৰাসন বিৰোধী জাতীয় যুক্তফ্ৰণ্ট গঢ়ি তুলিছিল। জাপান-বিৰোধী প্ৰতিৰোধ যুদ্ধ জয়যুক্ত হোৱাৰ পিছত চিয়াং কাইশেকৰ নেতৃত্বাধীন কুওমিনতাং গোষ্ঠী যুক্তৰাষ্ট্ৰৰ সমৰ্থিত হয়। ইয়াৰ ফলত গোটেই দেশ জুৰি গৃহযুদ্ধৰ সূচনা হয়। চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত চীনা জনগণে তিনি বছৰতকৈ বেছি সময় মুক্তিযুদ্ধ চলায়। তেতিয়া কুওমিনতাং গোষ্ঠীৰ অনুসৃত গণবিৰোধী নীতিৰ গোটেই দেশৰ বিভিন্ন জাতিৰ জনগণ এই গোষ্ঠী ঘৃণা কৰে। ফলত কুওমিনতাং পাৰ্টিৰ “চীন প্ৰজাতন্ত্ৰ” (বা ৰিপাবলিক অব চায়না) চৰকাৰৰ উত্থান হয়। ১৯৪৯ চনৰ পহিলা অক্টোবৰত চীন গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত হয় আৰু ই চীনৰ একমাত্ৰ বৈধ চৰকাৰ হিচাপে থিয় দিয়ে। কুওমিনতাং গোষ্ঠীৰ কিছু সৈন্য বাহিনী আৰু চৰকাৰী কৰ্মকৰ্তা গৈ টাইৱানক আগুৰি ধৰে। তেওঁলোকে তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত টাইৱান প্ৰণালীৰ দুয়ো পাৰৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰে।
টোকা
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Yearbook 2004". Government Information Office of the Republic of China. 2004. http://www.gio.gov.tw/taiwan-website/5-gp/yearbook/2004/P045.htm. "Taipei is the capital of the ROC"
- ↑ "The Republic of China Yearbook 2009 / Chapter 2: People and Language". Gio.gov.tw. Archived from the original on 3 August 2010. https://archive.today/20100803010351/http://www.gio.gov.tw/taiwan-website/5-gp/yearbook/ch02.html। আহৰণ কৰা হৈছে: 1 August 2010.
- ↑ Taiwan entry at The World Factbook, United States Central Intelligence Agency.
- ↑ 4.0 4.1 "Number of Villages, Neighborhoods, Households and Resident Population". MOI Statistical Information Service. Archived from the original on 29 March 2014. https://web.archive.org/web/20140329071215/http://sowf.moi.gov.tw/stat/month/m1-01.xls। আহৰণ কৰা হৈছে: 2 January 2013.
- ↑ 5.0 5.1 5.2 5.3 "Republic of China (Taiwan)". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2013/02/weodata/weorept.aspx?pr.x=19&pr.y=12&sy=2013&ey=2013&scsm=1&ssd=1&sort=country&ds=.&br=1&c=528&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 2013-10-28.
- ↑ "Table 4. Percentage Share of Disposable Income by Quintile Group of Households and Income Inequality Indices". Report on The Survey of Family Income and Expenditure. প্ৰকাশক Taipei, Taiwan: Directorate General of Budget, Accounting and Statistics. 2010. Archived from the original on 2012-05-12. http://win.dgbas.gov.tw/fies/doc/result/99/a11/Year04.xls। আহৰণ কৰা হৈছে: 2016-11-08.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-12-07. https://web.archive.org/web/20131207013149/http://www.dgbas.gov.tw/public/Data/366166371.pdf। আহৰণ কৰা হৈছে: 2016-11-08.
- ↑ "ICANN Board Meeting Minutes". ICANN. 25 June 2010. http://brussels38.icann.org/meetings/brussels2010/transcript-board-25jun10-en.txt.
বহিঃসংযোগ
[সম্পাদনা কৰক]সংক্ষিপ্ত বিৱৰণ আৰু তথ্য
[সম্পাদনা কৰক]- Taiwan entry at The World Factbook
- Taiwan from UCB Libraries GovPubs
- টাইৱান বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Taiwan country profile BBC News
- Background Note: Taiwan US Department of State
- Taiwan Travel Information and Travel Guide Lonely Planet
- Taiwan's 400 years of history[সংযোগবিহীন উৎস] New Taiwan, Ilha Formosa
- Key Development Forecasts for Taiwan from International Futures
- Wikimedia Atlas of তায়োয়ান
চৰকাৰী সংস্থা
[সম্পাদনা কৰক]- Office of the government Archived 2011-01-20 at the Wayback Machine
- Office of the President
- Executive Yuan
- Judicial Yuan
- Control Yuan
- Examination Yuan Archived 2010-10-01 at the Wayback Machine
- Taipei Economic & Cultural Representative Office in the US
- Government Information Office
- National Assembly Archived 2005-06-30 at the Wayback Machine
| |||||||||||||||||||||
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল