ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা
অৱয়ব
২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ৯০০ টা ব্যক্তিগত টেলিভিছন চেনেল আছে। [1] সমগ্ৰ ভাৰততে অসংখ্য আঞ্চলিক চেনেল উপলব্ধ, প্ৰায়ে ভাষা অনুসৰি বিতৰণ কৰা হয়।
ভাষা অনুসৰি টেলিভিছন চেনেল
[সম্পাদনা কৰক]ভাৰতৰ শীৰ্ষ দহটা টেলিভিছন চেনেল
[সম্পাদনা কৰক]BSRC ৰেটিং অনুসৰি ভাৰতৰ শীৰ্ষ দহটা টেলিভিছন চেনেলৰ হ'ল:[2]
- ছান টিভি
- ষ্টাৰ প্লাছ
- জী অনমল
- জী টিভি
- ষ্টাৰ মা
- ষ্টাৰ ভাৰত
- ষ্টাৰ উৎসৱ
- কালাৰ্ছ
- জী তেলুগু
- ষ্টাৰ বিজয়
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Permitted Private Satellite TV Channels". trai.gov.in. Telecom Regulatory Authority of India. 28 February 2021. https://www.trai.gov.in/sites/default/files/Permitted_channels_25032021.pdf.
- ↑ "शीर्ष दस चैनल". बीएआरसी भारत=सप्ताह ५०: शनिवार,८वें दिसंबर २०१८ से शुक्रवार,१४वें दिसंबर २०१८. Archived from the original on 2019-06-16. https://web.archive.org/web/20190616031339/https://www.barcindia.co.in/statistic.aspx। আহৰণ কৰা হৈছে: 25 दिसंबर 2018.