জী টিভি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জী টিভি
উদ্বোধন ২ অক্টোবৰ ১৯৯২; ৩০ বছৰ পূৰ্বে, (ভাৰত)
১৯৯৫; ২৭ বছৰ পূৰ্বে, (যুক্তৰাজ্য)
গৰাকী জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছ
(ছ’নী পিকচাৰ্ছ নেটৱৰ্ক্‌ছ ইণ্ডিয়াৰ সৈতে একত্ৰিত কৰা হ’ব।)
দৃশ্য ফৰমেট 1080i HDTV
(SDTV ফীডৰ বাবে লেটাৰবক্স্‌ড 576i-লৈ ডাউনস্কে’ল কৰা হয়)
দেশ ভাৰত
ভাষা হিন্দী
সম্প্ৰচাৰৰ অঞ্চল বিশ্বজুৰি
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৱেবছাইট www.zee.com

জী টিভি (ইংৰাজী: ZEE TV) হৈছে এক হিন্দী ভাষাৰ মনোৰঞ্জন-ধৰ্মী মাচুলযুক্ত টিভি চেনেল। ১৯৯২ চনৰ ২ অক্টোবৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল হিচাপে ইয়াক উদ্বোধন কৰা হয়।[1][2] এই চেনেলটো জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছৰ মালিকানাধীন। ১৯৯৫ চনত যুক্তৰাজ্যতো জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।[3]

ইতিহাস[সম্পাদনা কৰক]

১৯৯২ চনৰ ২ অক্টোবৰত জী টেলিফিল্ম্‌ছৰ ফ্লেগশ্বিপ চেনেল-ৰূপে জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।[4][5] ১৯৯৩ চনত ইয়াৰ ২৪-ঘণ্টীয়া সম্প্ৰচাৰ আৰম্ভ কৰা হয়।[6] ই ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল। ২০০৭ চনৰ ১০ জানুৱাৰীত জী টেলিফিল্ম্‌ছ লিমিটেডৰ নাম সলনি কৰি জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছ লিমিটেড (ZEEL) নামেৰে নামাকৰণ কৰা হয়।

২০১৩ চনত জী টিভি আৰু ইয়াৰ আটাইবোৰ ভগ্নী চেনেলৰ ৰিব্ৰেণ্ডিং কৰা হয়।[7]

২০১৩ চনৰ পৰা ২০১৭ চনলৈকে ব্যৱহৃত জী টিভিৰ ল’গ’

২০১৭ চনৰ ১৫ অক্টোবৰত জীৰ ৰূপালী জয়ন্তী উপলক্ষে ইয়াৰ আটাইবোৰ চেনেলৰ পুনৰ ৰিব্ৰেণ্ডিং কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Zee TV, India's first private channel, completes 25 years" (en ভাষাত). DNA India. 2 October 2017. https://www.dnaindia.com/india/report-zee-tv-india-s-first-private-channel-completes-25-years-2549809। আহৰণ কৰা হৈছে: 1 November 2021. 
  2. "Today In History: Dr Subhash Chandra launched India’s first private satellite channel ‘Zee TV’ in 1992" (en ভাষাত). Zee News. 2 October 2021. https://zeenews.india.com/companies/today-in-history-dr-subhash-chandra-launched-india-s-first-private-satellite-channel-zee-tv-in-1992-2399038.html। আহৰণ কৰা হৈছে: 1 November 2021. 
  3. "Zee TV completes 23 years". afaqs news bureau. afaqs. 6 October 2015. http://www.afaqs.com/news/story/45859_Zee-TV-completes-23-years। আহৰণ কৰা হৈছে: 19 December 2015. 
  4. "Zee Entertainment Enterprises History". The Economic Times. https://economictimes.indiatimes.com/zee-entertainment-enterprises-ltd/infocompanyhistory/companyid-11769.cms। আহৰণ কৰা হৈছে: 26 February 2020. 
  5. Singh, Suhani (21 August 2017). "Entertainment Inc.: The story of Zee, one of India's first Hindi satel channels" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/cover-story/story/20170821-zee-hindi-tv-channel-subhash-chandra-1028931-2017-08-11। আহৰণ কৰা হৈছে: 26 February 2020. 
  6. Bansal, Shuchi; Sheikh, Aminah (29 September 2012). "There and back again: Subhash Chandra and the Zee TV story" (en ভাষাত). Livemint. https://www.livemint.com/Companies/DY6tYikVelf4mtIywJh6eN/There-and-back-again-Subhash-Chandra-and-the-Zee-TV-story.html। আহৰণ কৰা হৈছে: 26 February 2020. 
  7. "Zee channels to sport new logos". Business Standard. 28 March 2005. https://www.business-standard.com/article/companies/zee-channels-to-sport-new-logos-105032801072_1.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]