ভাৰতৰ শিক্ষা মন্ত্ৰালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ শিক্ষা মন্ত্ৰালয়
মন্ত্ৰণালয়ৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ  ভাৰত
মুখ্য কাৰ্যালয় শাস্ত্ৰী ভৱন,
ড॰ ৰাজেন্দ্ৰ প্ৰসাদ ৰোড,
নতুন দিল্লী
বাৰ্ষিক বাজেট ৯৯,৩১২ কোটি (১৩.৯২ বিলিয়ন ডলাৰ) (2020-21 est.)[1]
দায়বদ্ধ মন্ত্ৰী ৰমেশ পখ্ৰীয়াল 'নিশাংক', কেবিনেট মন্ত্ৰী
Deputy Minister responsible সঞ্জয় শামৰাও ধট্ৰে, ৰাজ্যিক মন্ত্ৰী
মন্ত্ৰণালয়ৰ কাৰ্যবাহী R. Subrahmanyam, (IAS Officer)
Rina Ray, (IAS Officer)
সন্তান সংস্থা স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ (Department of School Education and Literacy)
উচ্চ শিক্ষাৰ বিভাগ(Department of Higher Education)
ৱেবছাইট mhrd.gov.in

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (ইংৰাজী: Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত 'স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ' আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত 'উচ্চ শিক্ষাৰ বিভাগ'।[2]

স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ[সম্পাদনা কৰক]

স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ দেশত বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতাৰ বিকাশৰ বাবে দায়বদ্ধ। ই শিক্ষাৰ সৰ্বজনীনতাৰ হকে কাম কৰে। ‍

উচ্চ শিক্ষাৰ বিভাগ[সম্পাদনা কৰক]

সাংগঠনিক সজ্জা[সম্পাদনা কৰক]

উদ্দেশ্য[সম্পাদনা কৰক]

উদ্ভাৱনী কক্ষ[সম্পাদনা কৰক]

এম আই চি(MIC)ৰ মুখ্য প্ৰথম পদক্ষেপসমূহ[সম্পাদনা কৰক]

মন্ত্ৰীমণ্ডলী[সম্পাদনা কৰক]

ৰমেশ পখ্ৰিয়াল 'নিচাংক' (৩১ মে', ২০১৯-বৰ্তমানলৈকে)

ৰাজ্যিক মন্ত্ৰীমণ্ডলী[সম্পাদনা কৰক]

  • সঞ্জয় শৰ্মা ধোট্ৰী (৩১ মে', ২০১৯-বৰ্তমান)

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক স্থানাংকন কাঠামো[সম্পাদনা কৰক]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Union Budget 2020-21 Analysis" (PDF). prsindia.org. 2020. Archived from the original on 2020-02-26. https://web.archive.org/web/20200226124436/https://prsindia.org/sites/default/files/budget_files/Union%20Budget%20Analysis%20-%202020-21.pdf। আহৰণ কৰা হৈছে: 2020-05-21. 
  2. [1] MHRD Who's who

বাহ্যিক সংযোগ[সম্পাদনা কৰক]