ভৈৰৱকুণ্ড
অৱয়ব
ভৈৰৱকুণ্ড | |
|---|---|
নগৰ | |
![]() | |
| Country | |
| State | অসম |
| District | ওদালগুৰি |
| উচ্চতা | ৭০৩ মিটাৰ (২,৩০৬ ফুট) |
ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।
