মদিনা
অৱয়ব
মদিনা | |
|---|---|
চহৰ | |
![]() | |
| স্থানাংক: 24°28′N 39°36′E / 24.467°N 39.6°Eস্থানাংক: 24°28′N 39°36′E / 24.467°N 39.6°E | |
| দেশ | |
| অঞ্চল | আল মদিনাহ |
| কালি | |
• চহৰ |
৫৮৯ বৰ্গকিমি (২২৭ বৰ্গমাইল) |
| • নগৰ | ২৯৩ বৰ্গকিমি (১১৩ বৰ্গমাইল) |
| উচ্চতা | ৬২০ মিটাৰ (২,০৩০ ফুট) |
| জনসংখ্যা (2010) | |
• চহৰ |
১১,৮৩,২০৫ |
| • ঘনত্ব | ২,০০০/বৰ্গকিমি (৫,২০০/বৰ্গমাইল) |
| • নগৰ | 7,85,204 |
মদিনা (আৰবী: المدينة, চৰকাৰী ভাবে: المدينة المنورة আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) হিজৰতৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মুছলিম সকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো।
