মন্মথ বৈশ্য
অৱয়ব
| মন্মথ বৈশ্য | |
|---|---|
| জন্ম | ২০ অক্টোবৰ, ১৯৪৭ (৭৮ বছৰ) বৰপেটা, অসম, ভাৰত |
| মৃত্যু | ২৪ আগষ্ট, ২০২০ |
| পেচা | গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | |
| উল্লেখনীয় কৰ্মৰাজি | কামৰূপী লোকগীতৰ প্ৰসাৰ আৰু প্ৰচাৰ |
মন্মথ বৈশ্য অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ। অসমীয়া লোকসংগীতৰ জগতখনলৈ, বিশেষকৈ কামৰূপী লোকগীতৰ উন্নতিৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।