মান্দালয় (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মান্দালয়  
লেখক মৃণাল তালুকদাৰ
প্ৰচ্ছদ শিল্পী ৰেইনছফ্ট
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় গঁ‌ড়ৰ খড়্গ
প্ৰকাৰ অ-কাল্পনিক,তথ্যভিত্তিক
প্ৰকাশক নন্দ তালুকদাৰ ফাউণ্ডেচন,পূৱ-শৰণীয়া,গুৱাহাটী
প্ৰকাশ আগষ্ট,২০১৮
আই.এচ.বি.এন. 978-81-905752-4-9

মান্দালয় হৈছে লেখক-সাংবাদিক মৃণাল তালুকদাৰৰ এখন উল্লেখযোগ্য গ্ৰন্থ। অসমৰ গঁ‌ড়ৰ খড়্গৰ বজাৰ আৰু চোৰাংচিকাৰীৰ আতিগুৰি বিচাৰি লেখকে বিভিন্ন ঠাই ঘূৰিছে আৰু ভ্ৰমণৰ যোগেদি হোৱা অভিজ্ঞতাসমূহৰ পৰা বিষয়টোৰ ওপৰত এক বিশ্লেষণ কিতাপখনত দাঙি ধৰিছে।[1] ভ্ৰমণকালত পোৱা বিভিন্ন ঠাইসমূহৰ বুৰঞ্জী,ভৌগোলিক,সামাজিক আৰু ৰাজনৈতিক বিৱৰণো লেখকে সুন্দৰভাৱে কিতাপখনত দাঙি ধৰিছে।

অধ্যায়সমূহ[সম্পাদনা কৰক]

কিতাপখনত মুঠ বাৰটা অধ্যায় আছে-

  • কুনমিং-কুকুৰাকটা
  • বাগৰিত গুলী
  • চাইনা টাউনত বিফল
  • বেংককৰ পৰা গুৱাহাটীলৈ
  • আগন্তুক কোন
  • নিগনা চিকাৰী
  • বাগানৰ পেগোডা
  • হেৰাই যোৱা অসমীয়া
  • গঁ‌ড় বিচাৰি দণ্ডীয়ে দণ্ডীয়ে
  • হানয়ত হতাশা
  • কুনমিঙত খড়্গ
  • দুফালৰ পৰা গুলী

লগতে চাওক[সম্পাদনা কৰক]

মৌতম

১৯৬২ (গ্ৰন্থ)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. তালুকদাৰ,মৃণাল (২০১৮). মান্দালয়. প্ৰকাশক গুৱাহাটী: নন্দ তালুকদাৰ ফাউণ্ডেচন,পূৱ শৰণীয়া,গুৱাহাটী. ISBN 978-81-905752-4-9.